দ্ৰুতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

reflist
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Classical mechanics|cTopic=Fundamental concepts}}
দৈনন্দিন জীৱন আৰু গতিবিজ্ঞানত, দ্ৰুতি হৈছে কোনো বস্তুৰ [[বেগ]]ৰ পৰিমাপ(magnitude) আৰু ই এটা স্কেলাৰ ৰাশি<ref>{{cite book|last=Wilson|first=Edwin Bidwell|title=Vector analysis: a text-book for the use of students of mathematics and physics, founded upon the lectures of J. Willard Gibbs|date=1901|pages=125|url=http://hdl.handle.net/2027/mdp.39015000962285?urlappend=%3Bseq=149}} This is the likely origin of the speed/velocity terminology in vector physics.</ref>। এক নিৰ্দিষ্ট সময়সীমাত কোনো এক বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক উক্ত সময়সীমাৰে হৰণ কৰিলে '''গড় দ্ৰুতি''' পোৱা যায়<ref name=":0">{{cite web|url=http://physics.info/velocity/|title=Speed & Velocity|last=Elert|first=Glenn|date=|website=The Physics Hypertextbook|archive-url=|archive-date=|dead-url=|access-date=8 June 2017}}</ref>। গড় দ্ৰুতিৰ লিমিট(limit) ল'লে তাৎক্ষণিক দ্ৰুতি পোৱা যায়, আৰু সময়সীমা(time interval ) শূণ্যৰশূন্যৰ ওচৰ চাপে।
দ্ৰুতিৰ মাত্ৰা হৈছে [[দূৰত্ব]] হৰণ [[সময়]]। এছ আই এককত ইয়াৰ একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড, কিন্তু বৰ্তমানে বেছিকৈ ব্যৱহাৰ হোৱা এককবোৰ হৈছে কিল'মিটাৰ প্ৰতি ঘণ্টা, বা মাইল প্ৰতি ঘণ্টা(আমেৰিকা আৰু ইংলেণ্ডত)। বায়ু আৰু সাগৰীয় যাত্ৰাৰ ক্ষেত্ৰত নট ব্যৱহাৰ কৰা হয়।
[[বিশেষ আপেক্ষিকতাবাদ]]ৰ মতে, সৰ্বোচ্চ দ্ৰুতি হৈছে [[পোহৰৰ বেগ]],
c = ২৯৯৭৯২৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড ( প্ৰায় ১০৭৯০০০০০০ কিল'মিটাৰ প্ৰতি ঘণ্টা বা ৬৭১০০০০০০ মিটাৰ প্ৰতি ঘণ্টা) কোনো পদাৰ্থই [[পোহৰৰ বেগ]]ৰ দ্ৰুতি লাভ কৰাটো সম্ভৱ নহয় কাৰণ তেতিয়া ইয়াক অসীম পৰিমাণৰ শক্তিৰ প্ৰয়োজন হব। আপেক্ষিক পদাৰ্থবিজ্ঞানত, দ্ৰুতিৰ ধাৰণাটো rapidity লৈ স্থানান্তৰ(replace) হৈছে।
==সংজ্ঞা==
===ইতিহাস===
10 নং শাৰী:
য'ত <math>v</math> হৈছে দ্ৰুতি, <math>d</math> হৈছে দূৰত্ব, <math>t</math> হৈছে সময়। এজন চাইকেল আৰোহীে যদি ২ ছেকেণ্ডত ৩০ মিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেন্তে তেওঁৰ দ্ৰুতি হ'ব ১৫ মিটাৰ প্ৰতি ছেকেণ্ড। গতি অৱস্থাত থকা বস্তুৰ বিভিন্ন দ্ৰুতি থাকিব পাৰে, যেনে এখন গাড়ীয়ে ৰাস্তাত ৫০ কিল'মিটাৰ প্ৰতি ঘণ্টা, ০ কিল'মিটাৰ প্ৰতি ঘণ্টা আৰু তাৰপাছত ৩০ কিল'মিটাৰ প্ৰতি ঘণ্টা এনেদৰে যাব পাৰে।
===তাৎক্ষণিক দ্ৰুতি===
কোনো এটা মূহুৰ্তৰমুহূৰ্তৰ দ্ৰুতি অথবা একদম ক্ষুদ্ৰ সময়সীমাৰ দ্ৰুতিয়েই হৈছে তাৎক্ষণিক দ্ৰুতি। গাড়ীৰ স্পিড'মিটাৰত যিকোনো মূহুৰ্ৎ গাড়ীখনৰ তাৎক্ষণিক দ্ৰুতিৰ প্ৰকাশ হৈ থাকে।
গাণিতিকভাৱে,তাৎক্ষণিক দ্ৰুতি হৈছে সময় সাপেক্ষে স্থানৰ [[অৱকলজ]]
:<math>v = \left|\boldsymbol v\right| = \left|\dot {\boldsymbol r}\right| = \left|\frac{d\boldsymbol r}{dt}\right|\,.</math>
যদি <math>s</math> হৈছে <math>t</math> সময়ত অতিক্ৰম কৰা দূৰত্ব, তেন্তে দ্ৰুতি হ'ব <math>s</math>ৰ সময়-অৱকলজ
:<math>v = \frac{ds}{dt}.</math>
যেতিয়া [[বেগ]] ধ্ৰুৱক হৈ থাকে, তেতিয়া ইয়াক সৰলাকাৰে <math>v=s/t</math> এনেদৰেও প্ৰকাশ কৰিব পাৰি।
 
===গড় দ্ৰুতি===
গড় দ্ৰুতি হৈছে সৰ্বমুঠ দূৰত্বক সময়সীমাৰে হৰণ কৰি পোৱা ৰাশি। উদাহৰণস্বৰূপে, ৮০ কিল'মিটাৰৰ দূৰত্ব অতিক্ৰম কৰিবলে ১ ঘণ্টা লাগে, তেন্তে গড় দ্ৰুতি হ'ব ৮০ কিল'মিটাৰ প্ৰতি ঘণ্টা। তেনেদৰে, ৩২০ কিল'মিটাৰ অতিক্ৰম কৰোতেওকৰোঁতেও যদি ৪ ঘণ্টা লাগে, তেন্তে গড় দ্ৰুতি হ'ব ৮০ কিল'মিটাৰ প্ৰতি ঘণ্টা। ক্ষুদ্ৰ সময়ত হ'ব পৰা দ্ৰুতিৰ সলনি গড় দ্ৰুতিৰ পৰা জনা নাযায় আৰু সেয়েহে তাৎক্ষণিক দ্ৰুতিৰ পৰা গড় দ্ৰুতি যথেষ্ট বেলেগ। যদি গড় দ্ৰুতি আৰু যাত্ৰাৰ সময় জনা যায়, তেন্তে অতিক্ৰম কৰা দূৰত্ব হব
:<math>d = \boldsymbol{\bar{v}}t\,.</math>
এই সমীকৰণটো ব্যৱহাৰ কৰি ৮০ কিল'মিটাৰ প্ৰতি ঘণ্টা গড়দ্ৰুতিত যোৱা গাড়ী এখনে ৪ ঘণ্টাত ৩২০ কিল'মিটাৰ দূৰত্ব অতিক্ৰম কৰিব।
27 নং শাৰী:
কোনো বৃত্তীয় পথত কোনো বস্তুৰ ৰৈখিক দ্ৰুতিয়েই হৈছে স্পৰ্শকীয় দ্ৰুতি। গতিৰ দিশ বৃত্তৰ স্পৰ্শকৰ দিশত হোৱাৰ বাবে স্পৰ্শকীয় দ্ৰুতি হিচাপে জনা যায়।
[[ঘূৰ্ণীয় গতি]] হৈছে প্ৰতি একক সময়ত ঘূৰ্ণনৰ সংখ্যা।
যদি হৈছে স্পৰ্শকীয় গতি, হৈছে ঘূৰ্ণীয় গতি আৰু হৈছে দূৰত্ব(radial distance), তেন্তে :<math>v = r\omega\,.</math>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/দ্ৰুতি"ৰ পৰা অনা হৈছে