বৈজ্ঞানিক নামকৰণ পদ্ধতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{বিস্তাৰ}}
'''দ্বৈৰাশিক নামাকৰণনামকৰণ'''(<small>[[ইংৰাজী]]</small>: Binomial nomenclature,) জীৱ বিজ্ঞানত [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]] নামাকৰণৰনামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামাকৰণনামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে, “assam” শব্দটো “''assama''” বুলি লিখা হয়। এনে নাম একোটাই '''দ্বিপদ নাম''', '''দ্বৈৰাশিক নাম''' বা '''বৈজ্ঞানিক নাম'''; অনানুষ্ঠানিকভাৱে '''লেটিন নাম''' বুলিও কয়। নামটোৰ প্ৰথম অংশই প্ৰজাতিটো যিটো [[গণ (জীৱবিদ্যা)|গণ]]ৰ অন্তৰ্গত তাক চিনাক্ত কৰে; দ্বিতীয় অংশই গণটোৰ অন্তৰ্গত প্ৰজাতিটোক চিনাক্ত কৰে। উদাহৰণ স্বৰূপে, মানুহবোৰ, হম' ([[:en:Homo|Homo]]) নামৰ গণটোৰ অন্তৰ্গত আৰু এই গণৰে ''হম' চেপিয়েন্স'' ([[:en:Homo sapiens|''Homo sapiens'']]) নামৰ প্ৰজাতিটোৰ অন্তৰ্গত জীৱ। প্ৰজাতি নামাকৰণৰনামকৰণৰ এই প্ৰদ্ধতিটো প্ৰথম ব্যৱহাৰ কৰাৰ শ্ৰেয় ছুইছ প্ৰকৃতি বিজ্ঞানী কাৰ্ল লিনিয়াছক দিয়া হয়, ১৭৫৩ চনত তেওঁ, তেওঁৰ স্পেছিচ প্লেন্টাৰামতপ্লেণ্টাৰামত ([[:en:Species Plantarum|Species Plantarum]]) এই প্ৰদ্ধতিটো কাৰ্যকৰীভাৱে আৰম্ভ কৰিছিল।<ref>http://www.nhm.ac.uk/nature-online/science-of-natural-history/taxonomy-systematics/history-taxonomy/session1/index.html</ref>
 
বৰ্তমান প্ৰচলিত দ্বৈৰাশিক নামাকৰণনামকৰণ, আন্তঃৰাষ্ট্ৰীয় ভাবে গ্ৰহণ কৰা বিভিন্ন নীতিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়, যিবোৰৰ ভিতৰত দুটা অতি গুৰুত্বপূৰ্ণ নীতি হ'ল, “প্ৰাণীবৈজ্ঞানিক নামাকৰণৰনামকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি('''[[:en:International Code of Zoological Nomenclature|ICZN]]''')” প্ৰাণীৰ বাবে, আৰু “শেলাই, ভেঁকুৰ আৰু উদ্ভিদ নামাকৰণৰনামকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি('''[[:en:International Code of Nomenclature for algae, fungi, and plants|ICN]]''')।”। ” যদিও দ্বিপদ নামাকৰণৰনামকৰণৰ দুয়োটা পদ্ধতিতে সাধাৰণ নীতিসমূহ প্ৰায় একে, তথাপি দুয়োটাই ব্যৱহাৰ কৰা সূত্ৰ আৰু নীতিসমূহৰ মাজত কিছু পাৰ্থক্যও আছে, । আধুনিক ব্যৱহাৰত, নামটোৰ প্ৰথম অংশৰ, গণটোৰ, প্ৰথম বৰ্ণটো সদায় বৰফলাত লিখা হয়, কিন্তু দ্বিতীয় অংশটো যদিও, মানুহৰ নাম বা ঠাইৰ নামৰ দৰে নামবাচক বিশেষ্য পদৰ পৰা অনা হয়, তথাপি তেনেদৰে লিখা নহয়। সেইদৰে, যেতিয়া বৈজ্ঞানিক নামটো সাধাৰনসাধাৰণ ভাবে লিখা হয়, তেতিয়া নামটোৰ দুয়োটা অংশ হেলনীয়াকৈ লিখা হয়। যেনে, এনোৱেল ফ্লক্স (উদ্ভিদবিদ থমাছ ড্ৰোমণ্ডৰ নামেৰে নামাকৰণনামকৰণ কৰা হৈছে)ৰ বৈজ্ঞানিক নামটো ''[[:en:Phlox drummondii|Phlox drummondii]]'' বুলি লিখা হয়। বৈজ্ঞানিক কামত, অন্ততঃ যেতিয়া নামটো প্ৰথমবাৰৰ বাবে লিখা হয়, তেতিয়া বৈজ্ঞানিক নামটোৰ স্বত্বাধিকাৰীৰ নামটোও সাধাৰণতে লিখা হয়, লগতে প্ৰকাশৰ তাৰিখটোও কেতিয়াবা উল্লেখ কৰা হয়।
 
==অন্য স্থানসমুহস্থানসমূহ==
 
দ্বৈৰাশিক নামাকৰণনামকৰণ, ইয়াত বৰ্ণনা কৰাৰ দৰে, প্ৰজাতি নামাকৰণৰনামকৰণৰ এটা পদ্ধতি। প্ৰজাতিটোৰ নামটোৰ প্ৰথম অংশ এটা গণৰ নাম হোৱা বাবে ই গণ নামাকৰণৰনামকৰণৰ এটা পদ্ধতিকো সাঙুৰি লয়। কিছুমান শ্ৰেণীবিভাজন পদ্ধতিত গণৰ ওপৰৰ স্থান আৰু প্ৰজাতিৰ তলৰ স্থান ওপৰত ভিত্তি কৰিও নামাকৰণনামকৰণ কৰা হয়। এনে পদ্ধতিত গণৰ ওপৰৰ স্থানে (যেনে: [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]], [[বৰ্গ (জীৱবিদ্যা)|বৰ্গ]], [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]) নামটোৰ এটা অংশ পূৰণ কৰে যিটো হেলনীয়াকৈ লিখা নহয়। যেনে, [[ঘৰচিৰিকা]]ৰ বৈজ্ঞানিক নাম [[:en:House sparrow|Passer ''domesticus'']], ই [[:en:Sparrow|Passeridae]] নামৰ পৰিয়ালৰ অন্তৰ্গত। পৰিয়ালৰ নামবোৰ প্ৰায়ে গণৰ নামৰ ওপৰত ভিত্তি কৰি দিয়া হয়।
 
প্ৰজাতিৰ তলৰ স্থানসমুহৰস্থানসমূহৰ নামত তিনিটা অংশ থাকে, প্ৰজাতিৰ নামৰ দৰেই হেলনীয়াকৈ লিখা হয়। এই ক্ষেত্ৰত ICZN আৰু ICN মাজত গুৰুত্বপূৰ্ণ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰাণীবিদ্যাত প্ৰজাতিৰ তলৰ একমাত্ৰ স্থানটো হৈছে উপপ্ৰজাতি আৰু নামটো সাধাৰণভাবে তিনিটা অংশত লিখা হয় ('''ত্ৰিপদ নাম''')। যেনে, [[:en:Tiger|বাঘ]]ৰ এটা উপপ্ৰজাতিৰ বৈজ্ঞানিক নাম ''[[ঢেঁকীয়াপতীয়া বাঘ|Panthera tigris tigris]]''। উদ্ভিদবিদ্যাত প্ৰজাতিৰ তলত কেইবাটাও স্থান থাকে আৰু সিহঁতৰ নামটো তিনিটা অংশতেই লিখা হয় যদিও নিৰ্দিষ্ট স্থানটো দেখুৱাবৰ বাবে এটা "সংযোগী পদ"ৰ (নামটোৰ অংশ নহয়) প্ৰয়োজন হয়। যেনে, [[:en:Cyclamen hederifolium|Ivy-leaved cyclamen]] ৰ বগা ফুল ফুলাবিধ ''Cyclamen hederifolium'' var. ''hederifolium'' forma ''albiflorum''। ইয়াত "var. ''hederifolium'' forma ''albiflorum''" এটা '''সংযোগী পদ'''। উদ্ভিদ জোপা hederifolium নামৰ '''ভ্যেৰাইটি'''ৰ অন্তৰ্গত albiflorum নামৰ এটা '''ফৰ্ম'''।
 
==বাহ্যিক সংযোগ==