বেক্টেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
36 নং শাৰী:
}}
 
'''বেক্টেৰিয়া''' ({{lang-en|Bacteria}}) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ [[এককোষী জীৱ]] '''এণ্টন ফন লিউৱেনহ'ক'''(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷পায়। বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে৷দিয়ে। পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী '''লুই পাস্তৰ''' (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী '''ৰবাৰ্ট কক''' (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া৷বেক্টেৰিয়া। ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে৷দিয়ে। <ref name="> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনাকৰুণা কান্ত দাস আৰু ড°ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৫০২৫০। </ref>
[[File:Jan Verkolje - Antonie van Leeuwenhoek.jpg|thumb|right|[[এণ্টন ফন লিউৱেনহ'ক]], [[অণুবীক্ষণ যন্ত্ৰ]]ৰে বেক্টেৰিয়াৰ সন্ধান পোৱা প্ৰথম অণুজীৱবিদ। ]]
[[File:E.-coli-growth.gif|thumb|right|ই ক'লাই বেক্টেৰিয়াৰ এটা কলনী''<ref>{{cite journal|author=Stewart EJ, Madden R, Paul G, Taddei F |title=Aging and death in an organism that reproduces by morphologically symmetric division |journal=PLoS Biol. |volume=3 |issue=2 |pages=e45 |year=2005 |pmid=15685293 |doi=10.1371/journal.pbio.0030045|pmc=546039}}</ref>]]
[[File:Streptococcus mutans Gram.jpg|right|thumb|গ্ৰাম ষ্টেইনেৰে দেখা পোৱা ''Streptococcus mutans'']]
43 নং শাৰী:
==বেক্টেৰিয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ==
 
#বেক্টেৰিয়া হ'ল জীৱজগতৰ অন্তৰ্গত [[কোষী]]য় (cellular) জীৱবোৰৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম আৰু সৰলতম জীৱ৷জীৱ।
#বেক্টেৰিয়া [[কোষ]]বেৰযুক্ত এককোষী [[জীৱ]],ইহঁতৰ দৈৰ্ঘদৈৰ্ঘ্য 2-10 nm আৰু বহলে 0.2-1nm হয়৷হয়।
#বেছিভাগ বেক্টেৰিয়াই পৰপুষ্ট (heterotrophic) আৰু কিছুসংখ্যক বেক্টেৰিয়াৰ বেক্টেৰিঅ'ক্ল'ৰ'ফিল (bacteriochlorophyll) থকা বাবে স্বপুষ্ট (autotrophic)হয়৷হয়।
#বেক্টেৰিয়াৰ কোষকেন্দ্ৰ সুসংগঠিত নহয় অৰ্থাৎ এইবিলাকৰ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ (nuclear membrane),অতিকেন্দ্ৰ (nucleolus) আৰু নিউক্লিয় জালিকা (nuclear reticulum) নাথাকে৷নাথাকে। তাৰ সলনি এডাল পাকখাই থকা DNA সূত্ৰ থাকে,যাক '''বেক্টেৰিয়েল ক্ৰ'ম'জ'ম(bacterial chromosome)''' বোলে৷বোলে।
#বেক্টেৰিয়াৰ [[কোষ]]ত গলগি বডি,মাইট'কণ্ড্ৰিয়া আৰু অন্ত:প্ৰৰসীয় জালিকা নাথাকে৷নাথাকে।
#বেক্টেৰিয়াৰ দেহটো মাইট'ছিছ প্ৰক্ৰিয়াৰে বিভাজিত নহয়,তাৰ পৰিৱৰ্তে ইহঁতে ৰেণু আৰু দ্বি-বিভাজন পদ্ধতিৰে বংশবিস্তাৰ কৰে৷কৰে।
#যৌন প্ৰজনন বিৰল৷বিৰল।
#বেক্টেৰিয়াৰ দেহত শ্বসন প্ৰক্ৰিয়া ঘটে৷ঘটে।
#বেক্টেৰিয়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত অংশগ্ৰহনঅংশগ্ৰহণ কৰে৷কৰে। যেনে - বেক্টেৰিয়া ৰাইয'বিয়াম(Rhizobium)
#বেক্টেৰিয়াৰপৰা প্ৰতিজৈৱিক(antibiotic) উৎপন্ন হয়৷হয়।
 
==বাসস্থান==
 
বেক্টেৰিয়াই [[মাটি]],[[পানী]],[[বতাহ]],[[মহাকাশ]] সকলো ঠাইতে বাস কৰে৷কৰে। তাৰোপৰিতদুপৰি বিভিন্ন [[খাদ্যবস্তু]],[[ফল-মূল]],[[বস্ত্ৰ]],[[উদ্ভিদ]] আৰু [[প্ৰানীদেহপ্ৰাণীদেহ]],[[মানুহৰ মুখগহ্বৰ]],[[অন্ত্ৰ]],[[জনন অংগ]] আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়৷যায়। বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে৷পাৰে। কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে ,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে৷থাকে। অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি৷বেছি।
 
[[File:Bacterial infections and involved species.png|thumb|right|380px|সাধাৰণ বেক্টেৰিয়াজনিত সংক্ৰমণসমূহ আৰু জড়িত প্ৰজাতি।<ref name=Microbiology33>{{cite book |author=Fisher, Bruce; Harvey, Richard P.; Champe, Pamela C. |title=Lippincott's Illustrated Reviews: Microbiology (Lippincott's Illustrated Reviews Series) |publisher=Lippincott Williams & Wilkins |location=Hagerstwon, MD |year= 2007|pages=Chapter 33, pages 367–392 |isbn=0-7817-8215-5 }}</ref><ref>[http://www.lef.org/protocols/infections/bacterial_infection_01.htm LEF.org > Bacterial Infections] Updated: 01/19/2006. Retrieved on April 11, 2009</ref>]]
62 নং শাৰী:
==আকৃতি==
 
আকৃতি অনুসৰি বেক্টেৰিয়াক চাৰিটা ভাগত ভগাব পাৰি৷পাৰি।
#কক্কাছ (Coccus)
#বেচিলাছ (Bacillus)
69 নং শাৰী:
'''কক্কাছ (coccus)'''
 
এই এককোষী বেক্টেৰিয়াবিলাক দেখিবলৈ প্ৰায় গোলাকাৰ বা ডিম্বাকাৰ হয়৷হয়। গোলাকাৰ বেক্টেৰিয়াক কক্কাছ,বহুবচনত কক্কি (cocci)বোলে৷বোলে। কক্কাছবোৰ এককভাৱে অৰ্থাৎ পৃথক পৃথক ভাৱে থাকিলে ইহঁতক '''মাইক্ৰ'কক্কাছ (micrococcus)'''বোলে৷বোলে। যেনে - মাইক্ৰ'কক্কাছ ফ্লেভাছ(Micrococcus) দুটা কক্কাছ অৰ্থাৎ দুটা গোলাকাৰ [[কোষ]] একেলগে থাকিলে তাক '''ডিপ্ল'কক্কাছ (diplococcus)''' বোলে৷বোলে। যেনে - ডিপ্ল'কক্কাছ নিউম'নি(Diplococcus pneumoniae) বহুতো কক্কাছ লগ হৈ শিকলিৰ দৰে হ'লে তাক '''ষ্ট্ৰেপ্ট'কক্কাছ (streptococcus)''' বোলে৷বোলে। যেনে - ষ্ট্ৰেপ্ট'কক্কাছ পায়'জেনছ(Streptococcus pyogens)৷বহুতো। বহুতো কক্কাছ থুপ খাই আঙুৰৰ থোপাটোৰ দৰে হ'লে,তাক '''ষ্টেফাইল'কক্কাছ (staphylococcus)''' বোলে৷বোলে। যেনে - ষ্টেফাইল'কক্কাছ অ'ৰিয়াছ(Staphylococcus aureus)৷৮। ৮,১৬ বা ততোধিক কক্কাছ লগ হৈ ঘনকৰ আকৃতি ধাৰনধাৰণ কৰিলে তাক '''ছাৰচিনি (sarcinae)''' বোলে৷বোলে।
 
'''বেচিলাছ(Bacillus)'''
 
এইবিলাক বেক্টেৰিয়া দেখাত সৰু সৰু পোন দণ্ডৰ দৰে৷দৰে। দণ্ডাকাৰ বেক্টেৰিয়াক '''বেচিলাছ ''',বহুবচনত ''বেচিলি (bacilli)'' বোলে৷বোলে। কক্কাছৰ দৰে বেচিলি বিভিন্ন প্ৰকাৰৰ হয় -
 
 
*'''ম'ন'বেচিলি (Monobacilli)''': ইয়াত বেচিলিবিলাক একক বা পৃথকভাৱে থাকে৷থাকে।
*'''ডিপ্ল'বেচিলি (Diplobacilli)''': ইয়াত দুটা বেচিলাছ লগ হৈ থাকে৷থাকে।
*''' ষ্ট্ৰেপ্ট'বেচিলি (Streptobacilli)''': ইয়াত বেচিলিবোৰ লগ হৈ শৃখল আকাৰ ধাৰণ কৰে৷কৰে।
 
 
'''ক'মাকৃতি বা ভিব্ৰিঅ'(Comma shaped or vibrio))''' এইপ্ৰকাৰ বেক্টেৰিয়া দেখিবলৈ 'ক'মা' চিহ্নটোৰ দৰে৷দৰে। ক'মাকৃতিৰ বেক্টেৰিয়াক ভিব্ৰিঅ'(vibrio) ,বহুবচনত ''ভিব্ৰিঅ'ছ
(vibrios)'' বোলে৷বোলে। যেনে - ভিব্ৰিঅ'ক'লেৰি (Vibrio cholerae)
 
 
*''' স্পাইৰিলাম (Spirillum)''' : এইবিলাক বেক্টেৰিয়া দেখাত একোটা স্ক্ৰু (screw) ৰ দৰে৷দৰে। এই প্ৰকাৰ বেক্টেৰিয়াক স্পাইৰিলাম,বহুবচনত ''স্পাইৰিলা (spirilla)''বোলে৷বোলে। যেনে - মাইক্ৰ'স্পাইৰা(Microspira)
 
[[File:Bacterial morphology diagram.svg|right|thumb|360px|Bacteria display many cell [[morphology (biology)|morphologies]] and arrangements]]
91 নং শাৰী:
==আকাৰ==
 
[[কোষী]]য়(cellular) [[জীৱ]]ৰ ভিতৰত বেক্টেৰিয়াই আটাইতকৈ ক্ষুদ্ৰতম [[জীৱ]] সাধাৰণতে বেক্টেৰিয়াৰ আকাৰ ০.৫-১.০×২.০-৫.০μm আৰু বহলে ২-৩μm ৷৩μm। আটাইতকৈ ক্ষুদ্ৰতম বেক্টেৰিয়াটো হ'ল '''ডায়ালিষ্টাৰ নিউম'ছিণ্টছ(Dialister pneumosintes)''',যি দীঘলে প্ৰায় ০.১৫μm হয়৷হয়। আনহাতে বৃহৎ বেক্টেৰিয়াটো হ'ল ''' বেচিলাছ বুটছচিল্লী(Bacillus butshilli)''',যি দীঘলে প্ৰায় ৮০μm৮০μm।
[[File:Prokaryote cell.svg|thumb|right|Structure and contents of a typical [[Gram positive]] bacterial cell]]
 
==প্ৰজনন==
 
বেক্টেৰিয়াই অংগজ,অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে৷কৰে।
 
'''অংগজ প্ৰজনন(Vegetative reproduction)'''
 
বেক্টেৰিয়াই ''দ্বি-বিভাজন''আৰু ''মুকুলোদগম'' পদ্ধতিৰদ্বাৰা অংগজ প্ৰজনন কৰে৷কৰে।
 
*দ্বি-বিভাজনন(Binary fission): সকলো প্ৰকাৰ বেক্টেৰিয়া,বিশেষকৈ কক্কাছজাতীয় বেক্টেৰিয়াই প্ৰধানকৈ দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷কৰে। এই পদ্ধতিত প্ৰথমে বেক্টেৰিয়া [[কোষ]]ৰ [[নিউক্লিয়]] পদাৰ্থখিনি অৰ্থাৎ নগ্ন DNA সূত্ৰডাল বিভাজিত হৈ দুডাল সূত্ৰৰ সৃষ্টি কৰে৷কৰে। লগে লগে কোষটোৰ মাজত এখন প্ৰস্থবেৰৰ সৃষ্টি হৈ [[কোষ]]প্ৰৰসখিনি দুটা ভাগত ভাগ হৈ পৰে আৰু এটা সময়ত সম্পূৰ্ণ [[কোষ]]টো দুটা ভাগত বিভক্ত হয়৷হয়। প্ৰতিটো ভাগেই একোডাল অপত্য [[DNA]] সূত্ৰ পায়৷পায়। এনেদৰে এটা [[কোষ]]ৰপৰা দুটা অপত্য [[কোষ]]ৰ সৃষ্টি হয়৷হয়। উৎপন্ন হোৱা অপত্য [[কোষ]]বোৰৰপৰা পুনৰায় দ্বি-বিভাজন পদ্ধতিৰে বিভাজিত হৈ অসংখ্য বেক্টেৰিয়া [[কোষ]]ৰ সৃষ্টি হয়৷হয়।
 
*মুকুলোদগম(Budding): কিছুমান বেক্টেৰিয়াই মুকুলোদগমৰ সহায়ত অংগজ প্ৰজনন কৰে৷কৰে। এই পদ্ধতিত [[কোষ]]টোৰ [[কোষ]]বেৰত এটা টেমুনাৰ দৰে মুকুলৰ সৃষ্টি হয়৷হয়। মাতৃকোষটোৰ DNA ৰ এটা অংশ মুকুলটোত প্ৰবেশ কৰে৷কৰে। মুকুলটো ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু এটা সময়ত মাতৃকোষটোৰ পৰা পৃথক হৈ এটা অপত্য বেক্টেৰিয়া [[কোষ]]ৰ সৃষ্টি হয়৷হয়।
 
'''অযৌন প্ৰজনন(Asexual reproduction)'''
 
প্ৰতিকূল পৰিবেশত কিছুমান বেক্টেৰিয়াই (যেনে-বেচিলাছ আৰু ক্লছট্ৰিডিয়াম) [[কোষ]]ত [[কোষ]]প্ৰৰসখিনি সংকুচিত হয় আৰু ইয়াৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়৷হয়। ডাঠ আৱৰণেৰে সৈতে [[কোষ]]স্থ সংকুচিত [[কোষ]]প্ৰৰসখিনিক ''অন্ত:ৰেণু(endospore)'' বোলে৷বোলে। অনুকূল পৰিবেশত অন্ত:ৰেণু বেক্টেৰিয়া [[কোষ]]বেৰ ফাটি ওলাই আহে আৰু অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷কৰে।
 
ইয়াৰ বাহিৰেও কিছুমান বেক্টেৰিয়া [[কোষ]]ৰ কোষপ্ৰৰসখিনি খণ্ডিত হৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ফ্লেজেলাযুক্ত অন্ত:ৰেণুৰ সৃষ্টি হয়৷হয়। এই অন্ত:ৰেণুবোৰক ''গনিডিয়া(gonidia)''বোলে৷বোলে। গনিডিয়াবোৰ মাতৃ [[কোষ]]বেৰ ধ্বংস হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷কৰে। আনহাতে,সূত্ৰকাৰ বেক্টেৰিয়া টুকুৰা-টুকুৰ হৈ ''ৰেণু বা কনিডিয়া (conidia)'' গঠন কৰে৷কৰে। এইবিলাক অনুকুলঅনুকূল পৰিবেশত অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি হয়৷হয়।
 
'''যৌন প্ৰজনন(Sexual reproduction)'''
 
বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) [[জীৱ]]তকৈ বেলেগ৷বেলেগ। এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় [[জীৱ]]ৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা [[কোষ]] দাতা(donor) ৰপৰা আন এটা [[কোষ]] গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়৷হয়। ফলত
গ্ৰহীতা বেক্টেৰিয়া [[কোষ]]ৰ গুণগত পাৰ্থক্য দেখা যায়৷যায়। এই প্ৰক্ৰিয়াটোক ''জিনগত পুনৰ সংযোজন(genetic recombination)'' বোলে৷বোলে। পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া [[কোষ]]টোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷কৰে।
<!--
[[File:Gram Stain Anthrax.jpg|thumb|right|''[[Bacillus anthracis]]'' (stained purple) growing in [[cerebrospinal fluid]]]]