কেৰেলা (ৰাজ্য): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
37 নং শাৰী:
| leader_name = আৰিফ মোহম্মদ খান
| leader_title1 = মুখ্যমন্ত্ৰী
| leader_name1 = পিনাৰাই বিজায়ান (চি, পি, আই (এম) )
| leader_title2 = [[Legislature of Kerala|Legislature]]
| leader_name2 = [[Unicameral]] ([[List of constituencies of Kerala Legislative Assembly|141 seats]])
84 নং শাৰী:
| demographics2_title2 = অতিৰিক্ত
| demographics2_info2 = [[ইংৰাজী]]<ref>{{cite web |url=http://english.mathrubhumi.com/news/kerala/malayalam-to-be-only-official-language-in-state-english-news-1.699293 |title=Malayalam to be only official language in state |first=Aneesh |last=Jacob |work=Mathrubhumi |date=27 November 2015}}</ref>
| type = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ভাৰতৰ ৰাজ্য]]
| website = {{URL|http://kerala.gov.in/}}
}}
'''কেৰালা''' ({{Lang-en|Kerala}}, {{Lang-ml|കേരളം}}) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-কোচিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ [[মালয়ালম ভাষা|মালয়ালমভাষী]] অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ গঠন কৰা হয়। ৩৮,৮৬৩ বৰ্গকিলোমিটাৰ (১৫,০০৫ বৰ্গমাইল) মাটিকালিৰে কেৰালা ভাৰতৰ ২৩তম বৃহত্তম ৰাজ্য। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূবে [[কৰ্ণাটক]], পূবে আৰু দক্ষিণে [[তামিলনাডু]] আৰু পশ্চিমে লাক্ষাদ্বীপ সাগৰ<ref>{{cite web |url=http://www.iho.int/iho_pubs/standard/S-23/S-23_Ed3_1953_EN.pdf |title=Limits of Oceans and Seas, 3rd edition |year=1953 |publisher=International Hydrographic Organization |accessdate=7 February 2010 |archive-url=https://web.archive.org/web/20181005131902/http://www.iho.int/iho_pubs/standard/S-23/S-23_Ed3_1953_EN.pdf |archive-date=5 October 2018 |url-status=dead }}</ref> অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসাৰি ৩,৩৩,৮৭,৬৭৭জন বাসিন্দাৰে কেৰালা জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ১৩তম বৃহত্তম ৰাজ্য। কেৰালা ৰাজ্যখনক ১৪খন জিলাত বিভক্ত কৰা হৈছে আৰু ইয়াৰ ৰাজধানী হৈছে [[থিৰুৱনন্তপুৰম]]। [[মালয়ালম ভাষা]] হৈছে ৰাজ্যখনৰ মূল কথিত ভাষা তথা চৰকাৰী ভাষাও।<ref>{{cite web |url=https://archive.india.gov.in/knowindia/state_uts.php?id=73 |title=Kerala – Principal Language |accessdate=27 November 2018 |work=Government of India}}</ref> [[কোচিন]] এখন গুৰুত্বপূৰ্ণ বন্দৰ তথা তৈলশোধনাগাৰ। [[কালিকট]] আন এখন বন্দৰ চহৰ।
'''কেৰালা''' বা '''কেৰেলা''' বা '''কেৰল''' ({{lang-en|Kerala}}, {{lang-ml|കേരളം}}, {{IPAc-en|audio=Ml-Keralam.ogg|ˈ|k|ɛ|r|ə|l|ə}}) [[ভাৰত|ভাৰতৰ]] এখন ৰাজ্য। কেৰালাৰ ৰাজধানী [[থিৰুৱনন্তপুৰম]] এখন পাহাৰৰ ওপৰত অৱস্থত। [[কোচিন]] এটা গুৰুত্বপূৰ্ণ বন্দৰ এবং তৈলশোধনাগাৰ। [[কালিকট]] আৰুএটা বন্দৰ চহৰ। [[মালয়ালম ভাষা]] কেৰালাৰ ৰাজ্যভাষা।
 
== কৃষি ==