সংৰক্ষণ স্থিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Vulnerable ৰ অসমীয়া প্ৰতিশব্দ স্পৰ্শকাতৰ
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
[[আই ইউ চি এন ৰঙা তালিকা]]ৰ অন্তৰ্গত বিভাগসমুহৰবিভাগসমূহৰ লৈখিক চিত্ৰ।
 
[[প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা]] (IUCN<small>, অস্থায়ীভাৱে [[বিশ্ব সংৰক্ষণ সংস্থা]] ১৯৯০-২০০৮</small>)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমুহবিভাগসমূহ:
 
 
12 নং শাৰী:
|-
|[[Image:Status iucn3.1 LC as.svg]]
|'''ন্যূনতম সংকটজনক (LC or LR/lc)''', সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
|[[Image:Status iucn2.3 LC as.svg]]
|-
|[[Image:Status iucn3.1 NT as.svg]]
|'''সংকটাসন্ন (NT or LR/nt)''', অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতাপ্ৰৱণতা দেখা গৈছে।
|[[Image:Status iucn2.3 NT as.svg]]
|-
|''বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভূক্তঅন্তৰ্ভুক্ত নহয়''
|'''সংৰক্ষণ নিৰ্ভৰ (LR/cd)''', বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভূক্তঅন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
|[[Image:Status iucn2.3 CD as.svg]]
|}
32 নং শাৰী:
|-
|[[Image:Status iucn3.1 VU as.svg]]
|'''স্পৰ্শকাতৰ (VU)''', প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
|[[Image:Status iucn2.3 VU as.svg]]
|-
|[[Image:Status iucn3.1 EN as.svg]]
|'''বিলুপ্তপ্ৰায় (EN)''', প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
|[[Image:Status iucn2.3 EN as.svg]]
|-
|[[Image:Status iucn3.1 CR as.svg]]
|'''ঘোৰ সংকটজনক (CR)''', প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
|[[Image:Status iucn2.3 CR as.svg]]
|}
52 নং শাৰী:
|-
|[[Image:Status iucn3.1 EW as.svg]]
|'''অৰণ্যত বিলুপ্ত (EW)''', বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
|[[Image:Status iucn2.3 EW as.svg]]
|-
|[[Image:Status none DD.svg]]
|'''অপৰিমিত তথ্য (DD)''', কোনটো বিভাগৰ অন্তৰ্ভূক্তঅন্তৰ্ভুক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
|[[Image:Status none DD.svg]]
|-
|[[Image:Status none NE.svg]]
|'''অমূল্যাঙ্কিত (NE)''', আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
|[[Image:Status none NE.svg]]
|-
|[[Image:Status iucn3.1 PE.svg]]
|'''সংকটাসন্ন (PE)''', ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
|[[Image:Status iucn2.3 PE.svg]]
|-
|[[Image:Status iucn3.1 PEW.svg]]
|'''অৰণ্যত সংকটাসন্ন (PEW)''', ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
|[[Image:Status iucn2.3 PEW.svg]]
|-
|
|'''ন্যূনতম সংকটাসন্ন (PLC)''', আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
|
|-
|[[Image:Status iucn3.1 EX as.svg]]
|'''বিলুপ্ত (EX)''', এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।
|[[Image:Status iucn2.3 EX as.svg]]
|}