ইম্ফাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
94 নং শাৰী:
ত্ৰি মাতৃৰ চিত্ৰ বিঠিকা ইম্ফল চহৰৰ উল্লেখযোগ্য চিত্ৰ কলা সংগ্ৰাহালয় আৰু বিঠিকা। ই ইম্ফলৰ পৰা ৪ কিঃমিঃ নিলগত ঠাঙাপাত পথত অৱস্থিত।
==ক্ৰীড়া==
ইম্ফলত খুমন লামপাক মুখ্য ষ্টেডিয়াম নামৰ এখন বহুমুখী ষ্টেডিয়াম আছে। ইয়াত ঘাইকৈ ফুটবল আৰু এথলেটিক্স অনুষ্ঠিত হয়। ৩০,০০০ মানুহ জোৰা এই ষ্টেডিয়ামখন ১৯৯৯ চনত নিৰ্মাণ কৰা হৈছিল। ফুটবলৰ আই লীগলীগৰ খেকাক্লাব এনইআৰঅ'চিএ এফচিৰ ই ঘৰুৱা খেলপথাৰ।
 
==শিক্ষা==
 
"https://as.wikipedia.org/wiki/ইম্ফাল"ৰ পৰা অনা হৈছে