দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
→‎চমু জীৱনী: আসমীয়া প্ৰতিদিন>অসমীয়া প্ৰতিদিন
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
27 নং শাৰী:
 
==চমু জীৱনী==
১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name="aa">শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>। তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে।<ref name=":0">[https://epaper.asomiyapratidin.in আসমীয়াঅসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in]</ref>
 
১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়<ref name="telegraphindia.com">{{cite journal|url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp|title=A tribute to marriage of arts & minds - Book on celebrity couple|journal=The Telegraph|year=2003|month=December 26}}</ref>।
 
==সাংগীতিক জীৱন==