মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
25 নং শাৰী:
| publisher = ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
| publisher2 =
| pub_date = ডিচেম্বৰ, ২০০১
| english_pub_date =
| published =
45 নং শাৰী:
}}
 
'''মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ ({{lang-en|Mor Priyo Manuh Socrates}}) :''' অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ [[হোমেন বৰগোহাঞি]]ৰ এখন প্ৰবন্ধ সংকলন৷সংকলন। এই প্ৰবন্ধ সংকলনখন ২০০১ চনত প্ৰথম প্ৰকাশ পায়৷পায়।<ref name="mor">{{cite book | title=মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ | publisher=ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ | author=বৰগোহাঞি, হোমেন | year=2010 | isbn=81-7665-109-5 | location=গুৱাহাটী | accessdate=7 june 2020}}</ref>
 
==লেখকৰ চমু পৰিচয়==
51 নং শাৰী:
[[অসম]]ৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত [[পিতা-পুত্ৰ]] গ্ৰন্থখনৰ বাবে [[অসমীয়া ভাষা]]ত [[সাহিত্য অকাডেমি বঁটা]]ৰে সন্মানিত হয়।<ref>[http://www.sahitya-akademi.org/sahitya-akademi/awa10301.htm#assamese Awards 1955–2007] [[Sahitya Akademi]] Official website.</ref>
 
১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ [[লখিমপুৰ জিলা]]ৰ [[ঢকুৱাখনা]]ত জন্ম হয়।
 
==লগতে চাওক==