ব্ৰঞ্জ যুগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
4 নং শাৰী:
'''ব্ৰঞ্জ যুগ''' {{En|Bronze Age}} হৈছে মানৱ সভ্যতাৰ [[প্ৰাক-ইতিহাস|প্ৰাক ঐতিহাসিক]] কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ ([[প্ৰস্তৰ যুগ]], ব্ৰঞ্জ যুগ আৰু [[লৌহ যুগ]]) দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু [[চিহ্ন লিপি]]ৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য।
 
ব্ৰঞ্জ যুগত তামৰ আকৰৰ পৰা তাম আহৰণ কৰি ইয়াক টিন, আৰ্ছেনিক বা অন্য ধাতুৰ সৈতে মিহলাই মিশ্ৰ ধাতু যেনে ব্ৰঞ্জ তৈয়াৰ কৰা হৈছিল। ব্ৰঞ্জৰ উৎপাদন কৰা ঠাই আৰু আন ঠাইৰ মাজত ধাতুবিধৰ আদান-প্ৰদান কৰা চলিছিল। তাম-টিনৰ আকৰ সহজতে পোৱা নগৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দত আমদানি নোহোৱালৈকে পশ্চিম এচিয়াত এই আকৰসমূহ নাছিল। সেয়ে বিশ্বৰ প্ৰায়ভাগ ঠাইতে নৱ্য প্ৰস্তৰ যুগৰ {{En|Neolithic}} পিছতে ব্ৰঞ্জ যুগৰ আৰম্ভণি হোৱাৰ বিপৰীতে কোনো কোনো অঞ্চলত তাম্ৰ যুগে সেই ঠাই লৈছিল। কিছু ঠাইত আনকি [[নৱপ্ৰস্তৰ যুগ|নৱ্য প্ৰস্তৰ যুগৰযুগ]]ৰ পিছতে লৌহ যুগৰ আৰম্ভণি ঘটিছিল।<ref>[http://portal.unesco.org/en/ev.php-URL_ID=3432&URL_DO=DO_PRINTPAGE&URL_SECTION=201.html Iron In Africa: Revising The History : Unesco]. Portal.unesco.org. Retrieved on 2013-07-28.</ref>
 
==ইতিহাস==
ব্ৰঞ্জ যুগৰ গোটেই কালছোৱাৰ বৈশিষ্ট্য হৈছে বিশ্বৰ বিভিন্ন অঞ্চলত ব্ৰঞ্জৰ ব্যৱহাৰ। অৱশ্যে সকলো ঠাইতে ধাতুবিধৰ ব্যৱহাৰ আৰু প্ৰযুক্তিৰ সূচনা একে সময়তে হোৱা নাছিল।<ref>Bronze was independently discovered in the [[Maykop culture]] of the [[North Caucasus]] as early as the mid-[[4th millennium BC]], which makes them the producers of the oldest known bronze. However, the Maykop culture only had [[arsenical bronze]], a naturally occurring alloy. Other regions developed bronze and its associated technology at different periods.</ref> সেই সময়ত ধাতুৰ বহুল ব্যৱহাৰৰ লগতে বাণিজ্যই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল।
 
===প্ৰাচ্য (Near East)===
প্ৰাচীন কালৰ প্ৰাচ্যত খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত সুমেৰীয় সভ্যতা আৰম্ভ হোৱাৰে পৰা ব্ৰঞ্জ যুগৰ আৰম্ভণি ঘটে। সেই সময়ত সম্প্ৰসাৰিত কৃষিকাৰ্য, এক লেখন পদ্ধতিৰ বিকাশ, কুমাৰৰ চাকৰ আৱিষ্কাৰ, এক কেন্দ্ৰীয় চৰকাৰৰ সৃষ্টি, আইন আৰু ৰাজ্যৰ গঠন হৈছিল। ইয়াৰ লগতে সামাজিক সন্তুষ্টি, দাস প্ৰথা আৰু সুসংহত সমৰকলাৰ সূচনা হৈছিল। সেই সময়ৰ সমাজখনে [[জ্যোতিৰ্বিজ্ঞান]] আৰু [[গণিত]]ৰ প্ৰাথমিক ভেঁটিটোক গঢ় দিছিল।
 
মেচ’পটেমিয়াত প্ৰায় ২৯০০ খ্ৰী:পূ:ত ব্ৰঞ্জ যুগৰ আৰম্ভণি হৈছিল। ব্ৰঞ্জ যুগৰ শেহৰ ফালে বেবিলনীয় সভ্যতাৰ উন্মেষ ঘটিছিল। ইৰাণীয় মালভূমি, এনাটলীয়া (খ্ৰী:পূ: ১৮শ শতিকা), লেভেণ্ট, প্ৰাচীন ইজিপ্ট (খ্ৰী:পূ: ৩১৫০-২৬৮৬), মধ্যৱৰ্ত্তীকালৰ ইজিপ্ট (খ্ৰী:পূ: ২০৫৫-১৬৫০), নৱ্য ইজিপ্ট (খ্ৰী:পূ: ১৬০০-১১০০) আদিৰ সভ্যতা এই কালছোৱাৰ অন্তৰ্ভুক্ত আছিল।
 
===মধ্য এচিয়া===
 
দক্ষিণ ৰাছিয়া আৰু মধ্য মঙ্গোলিয়াৰ অলটাই পৰ্বত অঞ্চলত ব্ৰঞ্জ সংস্কৃতিৰ উন্মেষ ঘটাৰ প্ৰমাণ পোৱা গৈছে।<ref name=BBCKeys>{{cite journal
| last = Keys
| first = David
| author-link = David Keys (author)
| author2-link =
| title = Scholars crack the code of an ancient enigma
| journal = [[BBC History (magazine)|BBC History Magazine]]
| volume = 10
| issue = 1
| page = 9
| date = January 2009
| url =
| doi =
| id = }}</ref>
 
===পূব এচিয়া===
37 নং শাৰী:
{|align=right
|-
! style="color:#black; background:#f8eaba; font-size:100%; text-align:center; " colspan="2"|কোৰিয়াৰ ব্ৰঞ্জ যুগ
|-
|<gallery>
62 নং শাৰী:
 
==তথ্য সংগ্ৰহ==
* Figueiredo, Elin (2010) "Smelting and Recycling Evidences from the Late Bronze Age habitat site of Baioes," Journal of Archaeological Science, Volume 37, Issue 7, p.&nbsp; 1623–1634
* Eogan, George (1983) ''The hoards of the Irish later Bronze Age'', Dublin: University College, 331p., ISBN 0-901120-77-4
* Hall, David and Coles, John (1994) ''Fenland survey : an essay in landscape and persistence'', Archaeological report '''1''', London : English Heritage, 170 p., ISBN 1-85074-477-7
* Pernicka, E., Eibner, C., Öztunah, Ö., Wagener, G.A. (2003) "Early Bronze Age Metallurgy in the Northeast Aegean", In: Wagner, G.A., Pernicka, E. and Uerpmann, H-P. (eds), ''Troia and the Troad: scientific approaches'', Natural science in archaeology, Berlin; London : Springer, ISBN 3-540-43711-8, p.&nbsp; 143–172
* Piccolo, Salvatore (2013). ''Ancient Stones: The Prehistoric Dolmens of Sicily''. Abingdon (GB): Brazen Head Publishing.
* Waddell, John (1998) ''The prehistoric archaeology of Ireland'', Galway University Press, 433 p., ISBN 1-901421-10-4