উৰ্ট মেঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
}}</ref> নেডাৰলেণ্ডৰ জ্যোৰ্তিবিজ্ঞানী জা হেন্দ্ৰিক ওৰ্ট আৰু ইষ্ট'নিয়ান জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট অ'পিকৰ নামেৰে নামকৰণ কৰা এই অঞ্চল সূৰ্য্যৰ পৰা ২০০০ ৰ পৰা ৫০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) ৰ পৰা 50,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) লৈ বিস্তৃত, য'ত নেকি প্লুট' বাওনা গ্ৰহৰ দূৰত্ব মাথোঁ ৩০ ৰ পৰা ৪৯ জ্যোৰ্তিবিজ্ঞান একক (A.U.)।
 
ওৰ্ট মেঘ অঞ্চল দুই অংশত বিভক্ত- ক) গোলাকৃতি বাহ্যিক অঞ্চল আৰু খ) কাহী আকৃতিৰ অন্তঃ ওৰ্ট মেঘ অঞ্চল। এই অঞ্চলৰ উৎপত্তি সম্বন্ধে ভবা হযহয় যে আদিম সৌৰজগতৰ সৃষ্টিৰ সময়ত ইয়াৰ অৱস্থান সূৰ্য্যৰ পৰা ইমান আঁতৰত নহৈ ওচৰত আছিল কিন্তু [[বৃহস্পতি গ্ৰহ|বৃহস্পতি]], [[শনি গ্ৰহ|শনি]], [[ইউৰেনাছ]] আৰু [[নেপচুন]]ৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত পৰি বিতাৰিত হৈ আজিৰ এই অৱস্থান লয়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/উৰ্ট_মেঘ"ৰ পৰা অনা হৈছে