আটলাণ্টিক মহাসাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশৰে পৃষ্ঠা আটলান্টিক মহাসাগৰৰ পৰা আটলাণ্টিক মহাসাগৰ Mohsin274লৈ স্থানান্তৰ কৰা হ’ল
No edit summary
 
1 নং শাৰী:
[[চিত্ৰ:Atlantic Ocean - en.png|thumb|300px|right|উত্তৰ মহাসাগৰ]]
'''আটলান্টিকআটলাণ্টিক মহাসাগৰ''' [[পৃথিৱী]]ৰ দ্বিতীয় বৃহত্তম [[মহাসাগৰ]]। ইয়াৰ [[ক্ষেত্ৰফল]] ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ (৪,১১,০০,০০০ বৰ্গমাইল);<ref name="brit">"The New Encyclopaedia Britannica", Volume 2, Encyclopaedia Britannica, 1974. p.294</ref> যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%।
 
[[বিশ্ব মহাসাগৰ]]ৰ সৈতে আন্তঃসম্পৰ্কযুক্ত আটলান্টিকআটলাণ্টিক মহাসাগৰৰ পশ্চিমে [[আমেৰিকা (মহাদেশ)|আমেৰিকা মহাদেশ]] আৰু [[প্ৰশান্ত মহাসাগৰ]]ৰ একাংশ, পূবে [[ইউৰোপ]], [[আফ্ৰিকা]] আৰু [[ভাৰত মহাসাগৰ]], উত্তৰে [[উত্তৰ মহাসাগৰ]], আৰু দক্ষিণে [[দক্ষিণ মহাসাগৰ]] অৱস্থিত। [[বিষুৱ ৰেখা]]ই আটলান্টিকআটলাণ্টিক মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে '''উত্তৰ আটলান্টিকআটলাণ্টিক মহাসাগৰ''' আৰু দক্ষিণে '''দক্ষিণ আটলান্টিকআটলাণ্টিক মহাসাগৰ'''।
 
== তথ্যসূত্ৰ ==