বৰষুণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{about|বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনীভূত হৈ সৃষ্টি হোৱা বৰযুণ|দেউতি বৰুৱা পৰিচালিত অসমীয়া চলচ্চিত্ৰ |বৃষ্টি}}
'''বৰষুণ''' {{En|Rain}} হৈছে [[বায়ুমণ্ডলীয় জলীয় বাষ্প]] ঘনিভূত হৈ সৃষ্টি হোৱা আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ নামি অহা তৰল পানীৰ টোপাল। বৰষুণ হৈছে [[জল চক্ৰ]]ৰ প্ৰধান উপাদান আৰু পৃথিৱীত থকা মিঠা পানীৰ জলাধাৰ সমূহৰ মূল উৎস। ই বহু প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰক অনুকূল পৰিৱেশ প্ৰদান কৰে।
পৃথিৱীৰ ভূ-ভাগৰ গোলকীয় বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ৮১৫ মি.মি. (২৮.১ ইঞ্চি), কিন্তু সম্পূৰ্ণ পৃথিৱী পৃষ্ঠৰ বৃষ্টিপাত ৯৯০ মি.মি. (৩৯ ইঞ্চি)তকৈও বেছি। ''ৰেইন গজ'' নামৰ এবিধ যন্ত্ৰৰ দ্বাৰা বৃষ্টিপাত জোখা হয়।
"https://as.wikipedia.org/wiki/বৰষুণ"ৰ পৰা অনা হৈছে