ঘাসীদাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
tag
1 নং শাৰী:
{{Unreferenced}}
{{নিৰ্বাচিত প্ৰবন্ধ}}
[[চিত্ৰ:শ্ৰীশ্ৰীঘাসীদাস বাবা.jpg|thumb]]
 
'''শ্ৰীশ্ৰীঘাসীদাস বাবা'''(ইংৰাজী : Ghasidas, ১৭৫৬ - ১৮৫০)। সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা সৎনামী সমাজৰ গুৰু। মহান তপস্বী, যোগী, সন্ত শিৰোমণি, সৎনামী সমাজৰ ত্ৰানকৰ্তা।
 
== জন্ম ==
8 নং শাৰী:
== বাল‍্যকাল আৰু শিক্ষা ==
গুৰু ঘাসীদাসৰ যেতিয়া ৬ বছৰ বয়স আছিল, তেতিয়া তেওঁৰ পিতৃ মহংগুদাসে নামভৰ্তি কৰাবৰ কাৰণে ইংৰাজ স্কুললৈ নিছিল, সেই সময়ত ভাৰতবৰ্ষত ইংৰাজৰ শাসন চলি আছিল। সমগ্ৰ ভাৰতত মনুৰ মনুস্মৃতিৰ বিধান চলি আছিল, সমাজত জাত - পাত, উচ্চ - নীচ, ঠগ - প্ৰৱঞ্চনা, আড়ম্বৰ, বলি পূজা, নৰবলি দিয়া, নাৰীক ডাইনী সজাই হেয় জ্ঞান কৰা আদি প্ৰথা প্ৰচলিত আছিল। জাতি ভেদ - ভাৱ ব‍্যৱস্থাৰ কাৰণে গুৰু ঘাসীদাসক স্কুলত ভৰ্তি নকৰিলে। সেই সময়ত ছতীশগঢ়ত হাজাৰৰ সংখ‍্যাত ডকাইতৰ দলে দপদপাই আছিল, গাওঁ সমূহ জ্বলাই দিছিল, তেওঁলোকৰ ওচৰলৈ যিয়েই আহিছিল তেওঁক লুটপাত কৰিছিল, এনেদৰে চাৰিওফালে দুখ - দুৰ্গতিৰে ভৰি আছিল। গুৰু ঘাসীদাস স্কুলত ভৰ্তি হ'বলৈ নোপোৱাৰ কাৰণে জন্তু চৰোৱা কাম কৰিবলৈ ধৰিলে। এদিনাখন গুৰু ঘাসীদাস এজোপা গছৰ তলত বহি আছিল আৰু যেতিয়া তেওঁ চকু মেলিলে তেতিয়া গাই, গৰু, ম'হ, ছাগলী, বাঘ, ভালুক আদি জন্তুবোৰক কোনো ভেদভাৱ নথকাকৈ একেলগে জুম পাতি বহি থকা দেখা পালে। ইয়ে গুৰু ঘাসীদাসক গভীৰ প্ৰভাৱ পেলালে আৰু এই সম্পৰ্কে নিজৰ পিতৃ মহংগুদাসক সুধিলে যে-এই জন্তুবোৰৰ দৰে সকলো গাওঁবাসী একেলগে কোনো ভেদভাৱ নথকাকৈ থাকিব নোৱাৰেনে ? তেওঁৰ উত্তৰত পিতৃয়ে ক'লে যে যেতিয়া তুমি ডাঙৰ হ'বা তেতিয়া একেলগ কৰি দিবা। ইয়াৰ পৰাই গুৰু ঘাসীদাসৰ তৰ্ক জ্ঞান চিন্তা আৰম্ভ হয়।
== বিবাহ আৰু সামাজিক জীৱন ==
"https://as.wikipedia.org/wiki/ঘাসীদাস"ৰ পৰা অনা হৈছে