ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
53 নং শাৰী:
নেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। সাহিত্যিকগৰাকীয়ে [[অসম সাহিত্য সভা|অসম সাহিত্য সভাৰ]] সভাপতি<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref>, প্ৰধান সম্পাদক আৰু [[অসম সাহিত্য সভা পত্ৰিকা]]ৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ [[অসমীয়া সাহিত্য|অসমীয়া সাহিত্যক]] নতুন মাত্ৰা প্ৰদান কৰিছিল। [[অসমীয়া]] আৰু [[ইংৰাজী]] দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল<ref name="ডিম্বেশ্বৰ নেওগ"/>:-
(১) #আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
(৩) #অসমীয়া সাহিত্যৰ জেউতিজিলিঙনি (১৯৩৮)
(২) #অসমীয়া সাহিত্যৰ জিলিঙনিজেউতি (১৯৩৮)
(৪) #বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪১)
(৫) #বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব (১৯৪২)
(৬) #ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)
(৭) #অসমীয়া কথা প্ৰতিভা (১৯৫০)
(৮) #অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)
(৯) #হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি।
 
ডিম্বেশ্বৰ নেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল। তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’ , ‘থুপিতৰা’ , ‘মালতী’ , ‘ইন্দ্ৰধনু’ , ‘মুকুতা’ , ‘মেঘদূত’ , ‘অসমা’ , ‘বিচিত্ৰা’ ইত্যাদি। তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি।
(৩) অসমীয়া সাহিত্যৰ জেউতি (১৯৩৮)
(৪) বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪১)
 
(৫) বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব (১৯৪২)
(৬) ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)
(৭) অসমীয়া কথা প্ৰতিভা (১৯৫০)
 
(৮) অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)
 
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি।
 
ডিম্বেশ্বৰ নেওগে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল। তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য কবিতা পুথি হৈছে ‘মালিকা’ , ‘থুপিতৰা’ , ‘মালতী’ , ‘ইন্দ্ৰধনু’ , ‘মুকুতা’ , ‘মেঘদূত’ , ‘অসমা’ , ‘বিচিত্ৰা’ ইত্যাদি। তাৰে ভিতৰত উল্লেখযোগ্য দুটিমান [[কবিতা]] হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি।
 
== অনান্য কৰ্মৰাজি ==