বাৰ্তা:ৰঙাপাৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎শিৰোনাম সম্পৰ্কে: নতুন অনুচ্ছেদ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
9 নং শাৰী:
# '''ৰঙাপৰা''' : [[http://www.rangaparacollege.com/ মহাবিদ্যালয়]][[https://d.indiarailinfo.com/station/gallery/861/1 ৰঙাপৰা নর্থ জংচন]];
বৈশ্য দা কোৱা মতে, সেই অঞ্চলৰ লোক সকলেও ৰঙাপৰা বুলিয়ে লিখেহেনো! ইয়াৰে কোনটো শুদ্ধ, বিচাৰ কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ৷ [[সদস্য:Kuldhar Rabha|কুলধৰ ৰাভা]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|talk]]) 07:26, 9 August 2020 (ইউ.টি.চি.)
 
:: {{ping|Kuldhar Rabha}}, সকলো চৰকাৰী ৱেবছাইটত "ৰঙাপাৰা" বুলি আছে। আমিও সদ্যহতে সেইটোৱেই লিখা উচিত। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 09:18, 9 August 2020 (ইউ.টি.চি.)
"ৰঙাপাৰা" পৃষ্ঠালৈ উভতি যাওক।