আহোম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
বৰ্ণাশুদ্ধি নিবাৰকৰ ব্যৱহাৰ
17 নং শাৰী:
|glottorefname=Ahom
}}
'''টাই আহোম ভাষা''' বা '''খ্ৱম টাই আহোম''' ([[চীনা ভাষা]]:傣 阿洪 语言,[[থাই ভাষা]]:ภาษา ไทอาหม [[ইংৰাজী]]: Ahom language , [[আহোম ভাষা|আহোম]]: খ্ৱম টাই আহোম) [[অসম]] আৰু [[অৰুণাচল প্ৰদেশ|অৰুণাচলৰ]] [[আহোম জনগোষ্ঠী|আহোম জনগোষ্ঠীৰ]] লোকসকলে ব্যৱহাৰ কৰা একপ্ৰকাৰৰ টাই-ক্ৰাদাই ভাষা যাৰ লিপি টাই নোৱা সকলৰ পৰা বিকাশ ঘটা বুলি ধৰা হয়। এই ভাষাক দক্ষিণ-পশ্চিম মূলৰ টাই ভাষাসমূহৰ উত্তৰ-পশ্চিমীয়া ভাগ (ত্টাই ক্ৰা-দাঈ)ত পেলাব পাৰি। শ্যান আৰু খামটি ভাষাৰ দৰে দক্ষিণ পূব এছিয়াৰ অইন টাই ভাষাসমূহৰ সৈতে আহোম ভাষাৰ নিকটতম সাদৃশ্য থকাৰ লগতে থাই ভাষাৰ সৈতেও ইয়াৰ কিছু মিল দেখা যায়।
 
==বৈশিষ্ট্যসমূহ==
 
অসমৰ আহোম শাসকসকল বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি যোৱাৰ ফলত ১৯ শতিকাৰ সময়ছোৱালৈ আহোম ভাষাৰ ঠাইত [[অসমীয়া]]ই কথিত ভাষাৰ স্থান দখল কৰে। ২০০০ চনৰ হিচাপ মতে প্ৰায় ২০০ গৰাকী আহোম ম'-লৌঙ সম্প্ৰদায়ৰ লোকেহে এই ভাষা জানে আৰু বিভিন্ন পৰম্পৰাগত আচাৰত আহোম ভাষাৰ ব্যৱহাৰ কৰা হয়।
বৰ্তমান আহোম ভাষাৰ প্ৰচলন ''বৰ অম্ৰ'' নামেৰে জনাজাত আহোম-অসমীয়া শব্দকোষত [[আহোম সাম্ৰাজ্য]]ত ব্যৱহৃত আহোম ভাষাৰ ৰূপটো সংৰক্ষিত অৱস্থাত আছে। আহোম ভাষা তুলনামূলকভাৱে মনক্ষ্মেৰ আৰু আৰ্য-ভাৰতীয় ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত। ত্ৰয়োদশ শতিকাৰ পৰাই এই ভাষাৰ লেখনৰ পৰম্পৰা আছিল। আহোম ভাষাই অসমৰ একমাত্ৰ ভাষিক লিপি যি স্বাধীনভাৱে উনিকদত স্থান লাভ কৰিবলৈ সক্ষম হৈছে , আধুনিক প্ৰচলিত টাই ভাষা যেনে শ্যান, খামটি, আইটন আদিৰ সৈতে আহোম ভাষাৰ মিল আছে আৰু বৰ্ণমালা হিচাপে আহোম ভাষা এই আটাইকেইটা ভাষাতকৈ চহকী।<ref name="PRIMER">{{cite book | title=আহোম প্ৰাইমাৰ | publisher=বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ | authorlink=আহোম, খামতি, শ্যান | year=২০১০ | pages=১০}}</ref> আহোম ভাষাৰ নিজস্ব লিপি আছে আৰু আন টাই ভাষাসমূহৰ দৰে ইয়াৰ কিছুমান অনন্য বৈশিষ্ট্য আছে:
* বাক্যবিন্যাস সাধাৰণতে কৰ্ত্তা ক্ৰিয়া কৰ্ম/ কৰ্ত্তা কৰ্ম ক্ৰিয়া এইধৰণে হয়।<ref name="Diller" /><ref name="Blake" />
* স্বৰ।<ref name="Diller" /><ref name="Blake" /><ref name="French" />
36 নং শাৰী:
{| class="wikitable"
|-
! আহোম ভাষা!! অসমীয়া ভাষা
|-
| কাই || ককাই
"https://as.wikipedia.org/wiki/আহোম_ভাষা"ৰ পৰা অনা হৈছে