পাণ্ডৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
No edit summary
1 নং শাৰী:
[[File:Panda visit Kedarnath.jpg|alt=|thumb|250x250px|Draupadi and the Pandavas worshipping Lord [[Shiva]]]]
 
'''পাণ্ডৱ''' ([[Sanskrit]]: पाण्डव, [[International Alphabet of Sanskrit Transliteration|IAST]]: pāṇḍava) হ’ল দীৰ্ঘতম হিন্দু মহাকাব্য [[মহাভাৰত]]ৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই [[কৌৰৱ]]সকলোৰসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। সিহঁততেওঁলোকৰ হ’লনাম- [[যুধিষ্ঠিৰ]], ভীম, অৰ্জুন, [[নকুল]] আৰু [[সহদেৱ]] সিহঁততেওঁলোক হস্তিনাপুৰৰ ৰজা পাণ্ডু আৰু তেওঁৰ দুই পত্নী কুন্তী আৰু মাদ্ৰীৰ পুত্ৰ আছিল। পাঁচ পাণ্ডৱৰ পত্নী আছিল [[দ্ৰৌপদী]]; ইয়াৰোপৰি যুধিষ্ঠিৰৰ আৰু এগৰাকী পত্নী আছিল [[দেৱীকা]], [[ভীম]]ৰ আৰু দুগৰাকী পত্নী আছিল [[ভালন্ধৰা]] আৰু [[হিড়িম্বা]]; [[অৰ্জুন]]ৰ আৰু ৩ গৰাকী পত্নী আছিল, নাম [[উলূপী]], [[চিত্ৰাঙ্গদা]] আৰু [[সুভদ্ৰা]]
 
==ব্যুৎপত্তি==
[[File:Sadewa.jpg|thumb|250px|Sahadeva, the youngest brother, in Javanese Wayang form]]
 
'পাণ্ডৱ' ({{lang-sa|पाण्डवा}}, {{IAST3|Pāṇḍavā}}) শব্দটি 'পাণ্ডু' ({{lang-sa|पाण्डु}}, {{IAST3|Pāṇḍu}}) শব্দৰ পৰা আহিছে৷আহিছে, যাৰ অৰ্থ হ’ল “[[মহাভাৰতৰ পাত্ৰ|পাণ্ডুৰ বংশধৰ]]।” পাণ্ডৱৰ বিশেষণসমূহ হ’ল-<ref>Bonnefoy, Yves. ''Asian Mythologies''. translated under the direction of Wendy Doniger. Chicago and London: The University of Chicago Press. 1993. pp. 180-183. {{ISBN|0-226-06456-5}}</ref>
 
* [[পাণ্ডু|Pāṇḍuputraপাণ্ডুপুত্ৰ]] (Sanskrit: पाण्डुपुत्र) - পাণ্ডুৰ পুত্ৰ
* Pāṇḍavakumāraপাণ্ডৱকুমাৰ (Sanskrit: पाण्डवकुमार) - পাণ্ডৱকুমাৰপাণ্ডৱকুমাৰ।
* [[কুন্তী|Kaunteyaকৌন্তেয়]] (Sanskrit: कौन्तेय) - কুন্তীৰ পুত্ৰ ([[যুধিষ্ঠিৰ]], [[ভীম]], [[অৰ্জুন]])
* [[মাদ্ৰী|Mādreyaমাদ্ৰেয়]] (Sanskrit: माद्रेय) - মাদ্ৰীৰ পুত্ৰ ([[নকুল]] আৰু [[সহদেৱ]])
 
==পাঁচ পাণ্ডৱ==
"https://as.wikipedia.org/wiki/পাণ্ডৱ"ৰ পৰা অনা হৈছে