প্ৰতিজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
 
[[চিত্ৰ:Antibody-As.svg|thumb|360x360px|An illustration that shows how antigens induce the [[প্ৰতিৰোধ তন্ত্ৰ|immune system]] response by interacting with an [[প্ৰতিদেহ|antibody]] that matches the antigen's [[অণু|molecular structure]].]]
'''প্ৰতিজন''' ('''Ag''') হৈছে কোনো বহিৰাগত বস্তু বা বীজানুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট [[প্ৰতিদেহ]] বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে। অন্য অৰ্থত কবলৈ গলে দেহত প্ৰতিদেহ উৎপাদন কৰিবলৈ উদীপ্ত কৰা যিকোনো অনুকেই প্ৰতিজন বুলি কোৱা হয়। প্ৰতিজনবোৰ বেক্টেৰিয়া বা ভাইৰাছ প্ৰটিন বা কাৰ্বহাইড্ৰেট হব পাৰে।
 
 
"https://as.wikipedia.org/wiki/প্ৰতিজন"ৰ পৰা অনা হৈছে