নেপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

tag
1 নং শাৰী:
{{পোখালি}}
'''নেপুৰ'''
 
নেপুৰ এবিধ অসমীয়া [[অলংকাৰ]]৷ নেপুৰক ঠাই বিশেষে [[নূপুৰ]] বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰপৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ এটা মূৰত এটা আঙঠি লগোৱা থাকে আৰু আনটো মূৰত থাকে এডাল বেঁকা শলখা৷ আজিকালি নেপুৰৰ নামৰ পৰিৱৰ্তন হৈ সকলোৱে ইয়াক পায়েল বুলিয়েই জানে৷ আগৰ দিনত নেপুৰক পো-জোপা বুলি কোৱা হৈছিল৷ ইয়াক অভিজাত মহিলাসকলেহে পৰিধান কৰিছিল৷ এইবিধ গহনাৰ আন এটা নাম পাওপদ্মা ৷<ref name="অসমীয়া সংস্কৃতি কোষ">{{cite book | title=নেপুৰ বা নূপুৰ | publisher=প্ৰাগজ্যোতিষ মহাবিদ্যালয় | author=নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী | year=২০১৪ | pages=৩৭৩}}</ref>
 
"https://as.wikipedia.org/wiki/নেপুৰ"ৰ পৰা অনা হৈছে