ভাৰত চৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
→‎ভাৰত চৰকাৰ: ব্যাকৰণ শুধৰণি
(→‎ভাৰত চৰকাৰ: ব্যাকৰণ শুধৰণি)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
(→‎ভাৰত চৰকাৰ: ব্যাকৰণ শুধৰণি)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
 
'''ভাৰত চৰকাৰ'''ক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি [[দিল্লী|দিল্লীক]] বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।
 
[[ভাৰত]] দেশৰনাগৰিকসকলৰদেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, [[কাৰ্যপালিকা]], [[ব্যৱস্থাপিকা|বিধায়িকা]] আৰু [[ন্যায়পালিকা]]ৰ অন্তৰ্গত কাম কৰে।
 
{{Indian-gov-stub}}
762

টা সম্পাদনা