বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
58 নং শাৰী:
 
এসময়ত ভেলখন মনসাৰ পালনকৰ্তা মাতা নিতাৰ কাষলৈ যায়। তেনেতে ঐশ্বৰিক ক্ষমতাৰ বলত তেওঁ মৃত স্বামীৰ সৈতে স্বৰ্গত যাবলৈ সক্ষম হয়। মনসা দেৱীয়ে লখিন্দৰক পুন জীৱন দিয়ে যদিও বেউলাৰ শহুৰ চান্দ সদাগৰক মনসা দেৱীৰ পূজা কৰিবলৈ কয়। অৱশেষত চান্দ সদাগৰে মনসা দেৱীৰ পূজা কৰে।
 
== বংশ পৰিচয় ==
চান্দ সদাগৰৰ পত্নীৰ নাম আছিল [[সনকা]]। লখিন্দৰ তেওঁৰ পুত্ৰ আছিল আৰু [[সাহা]]ৰ জীয়াৰী বেউলা আছিল চান্দ সদাগৰৰ বোৱাৰী তথা লখিন্দৰৰ পত্নী। পূৰ্বজন্মত [[বেউলা]] [[বাণাসুৰ]]ৰ জীয়েক [[ঊষা]] আৰু লখিন্দৰ [[প্ৰদ্যুম্ন]]ৰ পুত্ৰ তথা [[শ্ৰীকৃষ্ণ]]ৰ নাতি [[অনিৰুদ্ধ]] আছিল বুলি জনা যায়।<ref>{{cite book|title=চান্দ সদাগৰ|url=https://archive.org/details/in.ernet.dli.2015.512533/page/n5/mode/2up|author=চন্দ্ৰকান্ত দত্ত|website=archive.org|page=১১১|accessdate=২৭ মে ২০২০}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে