মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
1 নং শাৰী:
{{Infobox recurring event
| image =
| imagesize = 300px
| caption =
| begins =
| ends =
| date = [[আঘোণ]] মাহৰ পূৰ্ণিমা
| frequency =
| location = [[অসম]]
| first =
| last =
| participants = নামনি অসমৰ কিছুসংখ্যক লোক
| attendance =
| footnotes =
| organised =
}}
'''মহোহো''' ({{Lang-en|Mohoho}}) বা '''মহ খেদা উৎসৱ''' সাধাৰণতে [[নামনি অসম]]ত উদ্‌যাপন কৰা এটা উৎসৱ। অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহোমহহো। " তাৰপৰাই ''মহোহো'' শব্দ গঠিত হৈছে৷ হৈছে।<ref name="মণিকূট" /> নামনি অসমৰ বিশেষকৈ [[কামৰূপ]], [[গোৱালপাৰা]], [[নলবাৰী]], [[বৰপেটা]], [[দৰং]], [[বাক্সা]] জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহোক [[গোৱালপাৰা জিলা]]ৰ কিছু অংশত ''এউৰি'' বা ''ওৰি মাগা'' বুলি জনা যায়৷ যায়। দৰঙত ইয়াক ''মহৌ খুন্দা'' বা ''মইহ খেদা'' বা ''মহখেদা'' বা ''মহহৌ'' উৎসৱ বুলি জনা যায়৷যায়। আনহাতে কামৰূপত ''মহৌ-হৌ'', নলবাৰীত ''ভালোক দিয়া বা ভাল-ভৌলকা'', বৰপেটাৰ ঠাইবিশেষে ''ভাওল দিয়া বা ভাও লালীয়া'' , বাক্সাত ''বাম্বোলপিতা'' আৰু বজালীত ''মহোহো'' বা ''মহহো'' বা ''মোহোহো'' দিয়া বুলি কোৱা হয়৷হয়। শৰণীয়া কছাৰীসকলে ইয়াক ''ভালুক নচুৱা'' আৰু উত্তৰ গোৱালপাৰাৰ বড়োসকলে ''চেনায়-হুনায়'' বুলি কয় ।কয়। হাজংসকলে ইয়াক ''মচমাও খেদা'' বা ''মহ খেদাই দেৱা গীত'' বুলি কয় ।কয়। মুছলমানসকলে ইয়াক ''মাগন গীত'' বুলি কয় ।কয়। গোৱালপাৰা জিলাত পালন কৰা সোনাৰায়সোণাৰায় পূজা মহোহোৰ সমধৰ্মী উৎসৱ ।উৎসৱ।
<ref name="মণিকূট">{{cite web | url=http://monikut.com/2019/12/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A6%A4-%E0%A6%AC%E0%A6%9C%E0%A6%BE/ | title=লোকসংস্কৃতিৰ ইতিহাসত বজালীৰ লোক উৎসৱ মোহোহো | accessdate=29 September 2020 | author=ৰয়, দিলীপ কুমাৰ}}</ref>
 
==উদ্‌যাপনৰ ৰীতি==
এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়৷হয়। আঘোন মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰে আনন্দৰে পালন কৰে৷কৰে। চেমনীয়া ল’ৰা আৰু ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়৷গায়। এই গীতবোৰক '''মহোহো গীত''' বোলে৷বোলে। দলটিত একোজনকৈ দলপতি থাকে ।থাকে। তেওঁ মহোহো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই গায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে৷কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়৷যায়। এইটোৱেই এই উৎসৱৰ পৰম্পৰা। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে৷আহিছে। টোকোন বা লাঠিৰে শব্দ কৰি গোৱা মহোহো গীতৰ ৰূপ এনেধৰণৰ- ''মহৌ হৌ মহৌ হৌ, মহ’হো মহ’হো৷মহ’হো। মহ খেদ্‌বা টোকান লৌ৷৷লৌ॥ মহে বোলে মৰ্‌লু দে৷দে। টেপৰ পুৰা খালো দে৷৷দে॥'' ইত্যাদি৷ইত্যাদি।
 
উৎসৱত গোৱা গীতবোৰক ‘ভাল হওক দিয়া’ বা ''ভাওল দিয়া গীত'' বোলা হয়৷ হয়। মহ খেদোঁতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়৷খায়। এই গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ ''এউৰিমগা গীত'' আৰু বাস্কা অঞ্চলৰ ''বাম্বোল পিটা গীত''ৰ কিছু সাদৃশ্য আছে৷আছে। নামনি অসমৰ ভিন্‌ ভিন্‌ অঞ্চলত প্ৰচলিত মহোহো গীতবোৰ প্ৰায় একে ধৰণৰ; কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায়৷যায়। আঘোণী পূৰ্ণিমাৰ প্ৰাণময় উৎসৱ মহোহো বা মহখেদা অ-জনজাতিসকলৰ লগতে জনজাতীয় লোকসকলৰ মাজতো আদৰণীয়৷ আদৰণীয়।<ref name="এক"/>
 
==লোকবিশ্বাস==
মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয়৷হয়। আঘোণ মাহ [[অসম]]ৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ ।মাহ। এই সময়তে পথাৰত ধানত পোক ধৰে। গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা [[মহ]] আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। লোকবিশ্বাস মতে মহোহো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়৷হয়। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে।<ref name="এক">{{cite web | url=https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ae9b99b9-9ac9be-9ae9b99969c79a69be-9899ce9b89f1 | title=মহোহো বা মহখেদা উৎসৱ | publisher=বিকাশপেডিয়া | accessdate=29 September 2020 | author=ভৰালী, বিভা}}</ref>
==কেইটিমান প্ৰচলিত মহোহো গীত==
 
{{move to wikisource}}
 
শাৰী হৌ শাৰী হৌ৷হৌ।
 
কণা-কুঁজা এফাল হৌ৷৷হৌ॥
 
কণা-কুঁজা ধোঁৱা খোৱা৷খোৱা।
 
ওজা মাতো বৰেৰ পুৱা ৷৷পুৱা॥(মঙলদৈ অঞ্চলত প্ৰচলিত)
 
 
 
লাউৰ মাত ঝিলাও লাওঁ৷লাওঁ।
 
সক্খায়া নিন্ পালাওঁ৷৷পালাওঁ॥
 
নিন্খিনি হাচাৰে৷হাচাৰে।
 
চকুটিপা নাচাৰে৷৷নাচাৰে॥ (গোৱালপাৰা অঞ্চলত প্ৰচলিত)
 
 
51 নং শাৰী:
কুপ্তি কুপ্তি হাউৰা কুপ্তি
 
আলিৰ মূৰত নল্বা বাহা৷বাহা।
 
ফৰ্ব্বাৎ ডালি মাইৰ্বো ডিমাযুৰি ভাইঙ্বো
 
চানাক লেগি নক্ৰিবা আশা৷আশা।
 
অ’ দাদা, চানাক লেগি নক্ৰিবা আশা৷৷আশা॥(নলবাৰী অঞ্চলত প্ৰচলিত) <ref> অসমীয়া লোক-গীত সংগ্ৰহ, যোগেশচন্দ্ৰ তামুলীতামোলী, অসম সাহিত্য সভা, ১৯৬০ </ref>
 
 
 
অ’হোহো মহোহো ।মহোহো।
 
মহ খেদবা টাকান লৌ ।।লৌ॥
 
মহে বুলেবোলে মল্লু দে ।দে।
 
টেপল পুৰা খালু দে ।।দে॥
 
টেপলত নহ’ল নুন ।নুন।
 
চাউল লাগে দুণ দুণ ।।দুণ॥
 
বাঁহৰ পাত চিকিমিকি ।চিকিমিকি।
 
আমাক নাংগে আধলি-সিকি ।।সিকি॥
 
বাঁহৰ পাত পকা ।পকা।
 
আমাক লাগে টকা ।।টকা॥
 
অ’ হৰি অ’ ৰাম ( গৄহস্থৰ কুশলাৰ্থে) (নলবাৰী অঞ্চলত প্ৰচলিত)
 
 
 
অ’হোহো মহোহো
 
মহ খেদ্‌বা যাউং যো ।।যো॥
 
মহে বুলেবোলে মল্লু দে
 
তেপৰ মূৰা খালু দে ।।দে॥
 
তেপৰত নহল লোণ
 
চাউল লাগে দোণ দোণ ।।দোণ॥
 
সেই চাউলেদি নভ্‌ৰিল ডুনি
 
আইথেৰ ঘৰ লৰিচৰি ।।লৰিচৰি॥
 
আইথেৰ ঘৰত পকা জামুক
 
জাপ দি আহে আমাৰ ভালুক ।।ভালুক॥
 
বাহৰ পাত চিকিমিকি
 
আমাক লাগে বগা সিকি ।।সিকি॥ ([[বজালী]] অঞ্চলত প্ৰচলিত)
 
 
==তথ্য সংগ্ৰহ==
{{reflist}}
<references />
 
 
{{অসমৰ উৎসৱ আৰু মেলাসমূহ}}