সেৱাগ্ৰাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

81 নং শাৰী:
সেৱাগ্ৰাম ৰে'ল আৰু বাছৰ দ্বাৰা ভালদৰে সংযোজিত। সেৱাগ্ৰাম ৰে'লৱে ষ্টেচন মুখ্য গাওঁৰ পৰা ৬&nbps;কিলোমিটাৰ। পূৰ্বতে ষ্টেচনটো ৱাৰ্ধা ইষ্ট ৰে'লৱে ষ্টেচন নামেৰে নামাকৰণ কৰা হৈছিল। সেৱাগ্ৰাম হৈছে হাওৰা-নগাওঁ-মুম্বাই লাইনৰ এটা ষ্টেচন। লগতে উত্তৰৰ পৰা দক্ষিণ আৰু পূৱৰ পৰা পশ্চিমলৈ বেছিভাগ ট্ৰেইন এই পথৰ মাজেৰে পাৰ হৈ যায়।ওচৰৰ ৱাৰুড ষ্টেচনত কম ৰে'ল ৰয়। নিকটতম বিমানবন্দৰটো প্ৰায় ৫৫&nbps;কিঃমিঃ দূৰত নাগপুৰত অৱস্থিত।
 
== Educationশিক্ষা ==
সেৱাগ্ৰাম ভাৰতৰ প্ৰথম গ্ৰাম্য চিকিৎসা কলেজ, [https://www.mgims.ac.in মহাত্মা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান], আৰু এখন অভিযান্ত্ৰিক কলেজ, [http://www.bdce.edu.in বাপুৰাও দেশমুখ কলেজ অফ ইঞ্জিনিয়াৰিঙৰ] বাসস্থান, যিটো গ্ৰাম্য ট্ৰাষ্টৰ দ্বাৰাও চলোৱা হয়।
<!--
Sevagram is home to the first rural medical college in India, the [https://www.mgims.ac.in Mahatma Gandhi Institute of Medical Sciences], and an engineering college, [http://www.bdce.edu.in Bapurao Deshmukh College of Engineering] which is also run by a rural trust.
 
-->
 
== References ==
"https://as.wikipedia.org/wiki/সেৱাগ্ৰাম"ৰ পৰা অনা হৈছে