মূল মেনু খোলক
AnamikaBorah.jpg

'নমস্কাৰ'

নিজ মাতৃভাষাক অন্তঃকৰণেৰে ভালপোৱা প্ৰতিজনলৈ মই 'অনামিকা বড়া'ই জনাইছোঁ সাদৰ সম্ভাষণ। ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গাঁৱত মোৰ ঘৰ।লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত স্নাতকোত্তৰ। এজন ন-শিকাৰু হিচাপে ৱিকিপিডিয়াৰ লগত মই ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা জড়িত হৈছো।


Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত '৭ অথবা ৮ মাহ ধৰি আছে।
Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
Search user languages