লোকসভাৰ অধ্যক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing Somnath_Chatterjee.jpg, it has been deleted from Commons by Túrelio because: Copyright violation; see c:Commons:Licensing (F1): https://frontline.thehindu.com/the-nati
No edit summary
1 নং শাৰী:
{{Infobox official post
| post = অধ্যক্ষ
| body = [[লোকসভা]]
| flag = Flag of India.svg
| flagsize = 110px
10 নং শাৰী:
| insigniacaption = [[ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক]]
| image = File:Om Birla Member of Parliament Rajasthan India.jpg
| imagesize =
| incumbent = [[ঔম বিৰলা]]
| incumbentsince = ১৯ জুন ২০১৯
24 নং শাৰী:
| website = {{URL|https://speakerloksabha.nic.in}}
}}
'''লোকসভাৰ অধ্যক্ষ''' [[ভাৰতৰ সংসদ]]ৰ নিম্ন সদন [[লোকসভা]]ৰ সভা পৰিচালক।<ref>{{cite web|url=http://speakerloksabha.nic.in/roleofthespeaker.asp|title=The Office of Speaker Lok Sabha|author=|date=|website=speakerloksabha.nic.in|accessdate=28 March 2018}}</ref> সাধাৰণতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ প্ৰথম বৈঠকত কৰা হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। লোকসভাৰ অধ্যক্ষ গৰাকী লোকসভালৈ নিৰ্বাচিত সাংসদ সকলে নিৰ্বাচিত থাকে। সেয়ে সাধাৰণতে শাসক দলৰ বা তেওঁলোকৰ সংযুক্ত মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এই পদবী লাভ কৰে।
 
লোকসভাৰ প্ৰথম গৰাকী অধ্যক্ষ হৈছে গণেশ বাসুদেৱ মভালঙ্কৰ। বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ হৈছে [[ভাৰতীয় জনতা পাৰ্টি]]ৰ [[ঔম বিৰলা]]।<ref>{{cite web|url=https://www.indiatoday.in/india/story/om-birla-lok-sabha-speaker-1550950-2019-06-18|title=Om Birla to be new Lok Sabha Speaker, Opposition to support BJP candidate - India News|author=|date=|website=www.indiatoday.in|accessdate=18 June 2019}}</ref> ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।
 
==নিৰ্বাচন==
নৱনিৰ্বাচিত হোৱা সাংসদ সকলে নিজৰ মাজতে এগৰাকী লোকসভাৰ অধ্যক্ষ বাছনি কৰি লয়। লোকসভাৰ অধ্যক্ষ গৰাকীয়ে লোকসভাৰ কাৰ্য-প্ৰণালী আৰু নীতি-নিয়মৰ বিষয়ে জ্ঞাত। ইয়াৰ লগতে তেওঁ শাসক আৰু বিৰোধী দুয়ো পক্ষৰ সমৰ্থিত ব্যক্তি। প্ৰথমে সাংসদ সকলে লোকসভাৰ অস্থায়ী অধ্যক্ষক এজন ব্যক্তিৰ নাম লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। এই নাম পিছলৈ [[ভাৰতৰ ৰাষ্ট্ৰপতি]]ক জনোৱা হয়। ৰাষ্ট্ৰপতিয়ে মহাসচিবৰ জৰিয়তে অধ্যক্ষ নিৰ্বাচনৰ দিন জনায়। যদি কেৱল এজন ব্যক্তিৰ নাম প্ৰস্তাৱিত কৰা হয় তেন্তে কোনো ভোট অনুষ্ঠিত নহয়। যদি এজনকৈ বেছি ব্যক্তিৰ নাম প্ৰস্তাৱিত কৰা হয় তেন্তে ৰাষ্ট্ৰপতিয়ে ঠিক কৰা দিনত সাংসদৰ ভোটৰ জৰিয়তে নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হয়। নিৰ্বাচিত অধ্যক্ষ গৰাকীয়ে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ লৈকে এই পদত অধিষ্ঠিত থাকে।<ref>{{Cite web|url=http://164.100.47.194/loksabha/rules/rulep3.pdf|website=164.100.47.194|access-date=21 December 2018}}</ref><ref>{{Cite web|url=https://speakerloksabha.nic.in/roleofthespeaker.asp|title=The Office of Speaker Lok Sabha|website=speakerloksabha.nic.in|access-date=21 December 2018}}</ref>
 
==ক্ষমতা আৰু কৰ্তব্য==
লোকসভাৰ অধ্যক্ষয়ে লোকসভা পৰিচালনা কৰে আৰু কোনো বিধেয়ক ধন বিধেয়ক হয় নে নহয় বিবেচনা কৰে। তেওঁ সদনৰ অনুশাসন আৰু মৰ্যাদা বজাই ৰাখে আৰু কোনো সদস্যয়ে ইয়াত বাধা দিলে তেওঁ উচিত শাস্তি আনকি সদনৰ পৰা বহিষ্কাৰো কৰিব পাৰে। ইয়াৰ লগতে তেওঁ সদনত বিভিন্ন প্ৰকাৰৰ প্ৰস্তাৱ যেনে: অবিশ্বাস প্ৰস্তাৱ, স্থগিত প্ৰস্তাৱ, নিন্দা প্ৰস্তাৱ ইত্যাদি উপস্থাপন কৰিবলৈ অনুমতি দিয়ে আৰু নিয়ম অনুসৰি মনোযোগ জাননী জাৰি কৰে। অধ্যক্ষয়ে বৈঠকৰ মূল বিষয় সিদ্ধান্ত গ্ৰহণ কৰে। সদনত সাংসদ সকলে দিয়া সকলো বক্তৃতা আৰু মন্তব্যত তেওঁক সম্বোধন কৰা হয়। লোকসভা আৰু [[ৰাজ্যসভা]]ৰ যুটীয়া বৈঠকত তেওঁ অধ্যক্ষতা কৰে। ভাৰতীয় প্ৰধানতাৰ শ্ৰেণীত তেওঁৰ পদবী ষষ্ঠ আৰু [[ভাৰতৰ মুখ্য ন্যায়াধীশ]]ৰ সমপৰ্যায়ৰ। লোকসভাত উত্থাপিত সকলো বিধেয়কত তেওঁ চহী কৰাৰ পিছত ৰাজ্যসভালৈ বিবেচনাৰ বাবে পঠোৱা হয়।
 
==উপযুক্ততা==
লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীসমূহৰ নিম্নোক্ত অৰ্হতা সমূহৰ প্ৰয়োজন:
*ভাৰতীয় নাগৰিক হ’ব লাগিব।
*তেওঁৰ বয়স অন্ততঃ ২৫ বছৰ হ’ব লাগে।
*তেওঁ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত কোনো লাভজনক পদত নিয়োজিত থাকিব নোৱাৰে।
 
==অপসাৰণ==
[[ভাৰতীয় সংবিধান]]ৰ অনুচ্ছেদ ৯৪ আৰু ৯৬ অনুসৰি লোকসভাৰ অধ্যক্ষক সদনৰ মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটৰ সহায়ত পদৰ পৰা অপসাৰণ কৰিব পাৰি। আনহাতে 'ৰাইজৰ প্ৰতিনিধিত্ব অচিন, ১৯৫১' অনুসৰি অধ্যক্ষ গৰাকী সাংসদ পদৰ পৰা অযোগ্য ঘোষিত হলে অধ্যক্ষ পদৰ পৰায়ো অযোগ্য ঘোষিত হয়।<ref>{{cite web|title=Sections 7 & 8k, Representation of the People Act, 1951|url=http://lawmin.nic.in/legislative/election/volume%201/representation%20of%20the%20people%20act,%201951.pdf|accessdate=2 July 2015|url-status=dead|archiveurl=https://web.archive.org/web/20150501024716/http://lawmin.nic.in/legislative/election/volume%201/representation%20of%20the%20people%20act,%201951.pdf|archivedate=1 May 2015}}</ref> সংবিধানৰ অনুচ্ছেদ ১১০ ৰ অৱমাননা কৰি যদি অধ্যক্ষয়ে কোনো বিধেয়কক ভুলকৈ ধন বিধেয়ক বুলি বিবেচনা কৰে তেন্তে এনে পৰিস্থিতিৰ উদ্ভৱ হয়।<ref>{{cite web|title= Aadhaar Act as Money Bill: Why the Lok Sabha isn't Immune from Judicial Review |url=http://thewire.in/34721/identity-of-the-aadhaar-act-supreme-court-and-the-money-bill-question/|accessdate=29 July 2016}}</ref><ref>{{cite web|url=https://indiankanoon.org/doc/61480953/|title=Interpretation of Article 122 by the Supreme Court|accessdate=3 August 2017}}</ref>
 
==অস্থায়ী অধ্যক্ষ==
সাধাৰণ নিৰ্বাচন আৰু চৰকাৰ গঠনৰ পিছত কেইগৰাকীমান জ্যেষ্ঠ সাংসদৰ নামৰ তালিকা বিধান শাখায়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰীক অৰ্পণ কৰে। তেওঁ সেই তালিকাৰ পৰা এগৰাকী অস্থায়ী অধ্যক্ষ বাছনি কৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠায়।<ref>{{cite web|url=http://indiatoday.intoday.in/story/lok-sabha-pro-tem-speaker-kamal-nath-parliament/1/365168.html|title=Pro tem Speaker: All you need to know about this parliamentary post|last=Ashok|first=Akash Deep|date=4 June 2014|publisher=India Today|accessdate=21 September 2014}}</ref> সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত সংসদসভাত অস্থায়ী অধ্যক্ষ গৰাকীয়ে অধ্যক্ষতা কৰে। একেদিনাই নৱনিৰ্বাচিত সাংসদ সকলে অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন কৰে। লোকসভাৰ অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষয়ে তেওঁৰ কাম-কাজ চম্ভালে। অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োৰে অনুপস্থিতিত অধ্যক্ষয়ে বাছনি কৰা ছয় সদস্যৰ কমিটিয়ে জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষৰ দায়িত্ব পালন কৰে।
 
==লোকসভাৰ অধ্যক্ষসকলৰ তালিকা==
Line 69 ⟶ 73:
|rowspan=2| এম. এ. আয়েংগাৰ
<small>চিত্তোৰ লোকসভা সমষ্টি</small>
|rowspan=2|
| ৮ মাৰ্চ ১৯৫৬
| ১০ মে' ১৯৫৭
Line 75 ⟶ 79:
|-
| ১১ মে' ১৯৫৭
| ১৬ এপ্ৰিল ১৯৬২
| ৪ বছৰ ৩৪০ দিন
|align=center |দ্বিতীয়
Line 82 ⟶ 86:
| হুকুম সিং
<small>পাতিয়ালা লোকসভা সমষ্টি</small>
|
| ১৭ এপ্ৰিল ১৯৬২
| ১৬ মাৰ্চ ১৯৬৭
Line 128 ⟶ 132:
|-
|align=center| ৭
| কে. এছ. হেগেড়ে
<small>দক্ষিণ বেংগালুৰু লোকসভা সমষ্টি</small>
| [[File:K. S. Hegde.jpg|center|75px]]
Line 141 ⟶ 145:
| ২২ জানুৱাৰী ১৯৮০
| ২৭ অক্টোবৰ ১৯৮৪
| ৩ বছৰ ৩৫৮ দিন
|align=center| সপ্তম
|rowspan=2| [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
Line 169 ⟶ 173:
| ২২ মে' ১৯৯৬
| ৪ বছৰ ৩১৭ দিন
|align=center| দশম
|rowspan=2| [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|-
Line 230 ⟶ 234:
| [[File:Sumitra Mahajan.jpg|center|75px]]
| ৬ জুন ২০১৪
| ১৬ জুন ২০১৯
|৫ বছৰ ১০ দিন
|align=center| ষোড়শ
| rowspan="2" | [[ভাৰতীয় জনতা পাৰ্টি]]
|-
Line 248 ⟶ 252:
==তথ্য উৎস==
{{ৰেফলিষ্ট}}
 
==বাহ্যিক সংযোগ==
* {{Official website|https://speakerloksabha.nic.in}}
 
[[শ্ৰেণী:লোকসভাৰ অধ্যক্ষ|*]]