নীতি আয়োগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
1 নং শাৰী:
{{stub}}
{{unreferenced}}
{{stub}}
{{Infobox government agency
| name = নীতি আয়োগ
| formed = {{start date and age|2015|1|1|df=y}}
| preceding1 = [[পৰিকল্পনা আয়োগ (ভাৰত)|পৰিকল্পনা আয়োগ]]
| jurisdiction = [[ভাৰত চৰকাৰ]]
| headquarters = [[নতুন দিল্লী]]
| employees =
| budget =
| chief1_name = [[নৰেন্দ্ৰ মোদী]]
| chief1_position = অধ্যক্ষ
| chief2_name = ৰাজীৱ কুমাৰ
 
| chief2_position = উপাধক্ষ্য
| chief3_name = [[বিবেক দেবৰয়]]
| chief3_position = সদস্য
| chief4_name = বি কে চৰাৱত
| chief4_position = সদস্য
| chief5_name = ৰমেশ চন্দ
| chief5_position = সদস্য
| chief6_name = বিনোদ পাল
| chief6_position = সদস্য
| chief7_name = অমিতাভ কান্ত
26 নং শাৰী:
| chief8_name = দীনেশ অৰোৰা
| chief8_position = সঞ্চালক
| chief9_name =
| chief9_position =
| parent_department =
| parent_agency = ভাৰত চৰকাৰ
| child1_agency =
| child2_agency =
| keydocument1 =
| website = {{url|http://www.niti.gov.in}}
| map =
| map_width =
| map_caption =
| footnotes =
| embed =
}}
'''ৰাষ্টীয়ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত''', চমুকৈ '''নীতি আয়োগ''' ({{Lang-en|National Institution for Transforming India}}) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী [[নৰেন্দ্ৰ মোদী]]য়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা। ভাৰতবৰ্ষৰ আৰ্থিক যোজনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে কৰিব লগিয়া চিন্তা-চৰ্চাৰ বাবে এই আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ্যতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি ডাঙৰীয়াই নিজে সম্বোধন কৰে। ১ জানুৱাৰী ২০১৫ ত নীতি আয়োগৰ স্থাপনা হয় আৰু ৮ ফেব্ৰুৱাৰীত প্ৰথমখন বৈঠক অনুস্থিতঅনুষ্ঠিত হয়। নীতি আয়োগৰ যোজনা সমূহ আয়োগৰ অধিকাৰি সকলে সাৰ্বজনীক ভাৱে প্ৰকাশ কৰে।
 
==সদস্য==
# অধ্যক্ষ হিচাপে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী
# ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী
# কেন্দ্ৰীয় শাষিত অঞ্চলৰ লেফটেনেন্টলেফটেনেণ্ট গৰ্বনৰ।
# বিশেষজ্ঞ আৰু অৰ্থনীতিৰ বিষেশবিশেষ অধ্যয়ন থকা প্ৰতিষ্ঠিত লোকক বিশেষ ভাৱে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি।
 
===পূৰ্ণকালীন সদস্য===
# অমিতাভ কান্ত ( মুখ্য কাৰ্য্যকৰী বিষয়া)
# অৰবিন্দ পানগাৰিয়া ( উপাধক্ষ্য )
# বিবেক দেবৰয় ( অৰ্থনৈতিক )
# বি কে চৰাৱত ( প্ৰাক্তন অধিকাৰি ৰক্ষা বিষেশজ্ঞবিশেষজ্ঞ আৰু বিকাষ সংগঠন )
# অধ্যাপক ৰমেশ চন্দ ( কৃষি বিষেশজ্ঞ বিশেষজ্ঞ)
# প্ৰধামন্ত্ৰীৰ দ্বাৰা নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ চাৰি জনীয়া সদস্য।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:ভাৰতৰ চৰকাৰী সংস্থা]]