ডিম্বেশ্বৰ নেওগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{ infobox writer
ডিম্বেশ্বৰ নেওগ ''(জন্ম: ৭ আগষ্ট, ১৮৯৯ (কমাৰদফীয়া গাঁও, [[শিৱসাগৰ]]) -- মৃত্যু: ১১ নৱেম্বৰ, ১৯৬৬)'' এজন সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক আছিল | বিচক্ষণ সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু পত্ৰিকা সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল | সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল | অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগ দেৱৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:- <br />
| name = ডিম্বেশ্বৰ নেওগ
| image = [[চিত্ৰ:ডিম্বেশ্বৰ নেওগ.jpg]]
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ৭ আগষ্ট, ১৮৯৯
| birth_place = কমাৰদফীয়া গাঁও, [[শিৱসাগৰ]], [[অসম]]
| death_date = ১১ নৱেম্বৰ, ১৯৬৬
| death_place =
| resting_place =
| occupation = সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক
| language = [[অসমীয়া]]
| nationality = ভাৰতীয়
| ethnicity =
| citizenship = ভাৰতীয়
| education =
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks =
| spouse =
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards =
| signature =
| signature_alt =
| website =
}}
 
== জন্ম==
 
ডিম্বেশ্বৰ নেওগ ''(জন্ম: ৭ আগষ্ট, ১৮৯৯ (কমাৰদফীয়া গাঁও, [[শিৱসাগৰ]]) ''
 
== সাহিত্য জগতত তেখেতৰ অৱদান ==
 
ডিম্বেশ্বৰ নেওগ ''(জন্ম: ৭ আগষ্ট, ১৮৯৯ (কমাৰদফীয়া গাঁও, [[শিৱসাগৰ]]) -- মৃত্যু: ১১ নৱেম্বৰ, ১৯৬৬)'' এজন সাহিত্যিক, গৱেষক, সমালোচক আৰু শিক্ষক আছিল | বিচক্ষণ সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু পত্ৰিকা সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল | সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল | অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগ দেৱৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:- <br />
(১) আধুনিক অসমীয়া সাহিত্যৰ [[বুৰঞ্জী]] (১৯৩৭)
(২) অসমীয়া সাহিত্যৰ জিলিঙনি (১৯৩৮)
Line 7 ⟶ 51:
(৩) অসমীয়া সাহিত্যৰ জেউতি (১৯৩৮)
(৪) [[বৈষ্ণৱ ধৰ্মৰধৰ্ম]]ৰ আঁতিগুৰি (১৯৪১)
 
(৫) [[বৈষ্ণৱ ধৰ্মৰধৰ্ম]]ৰ ভক্তিতত্ব (১৯৪২)
(৬) ইণ্ট্ৰডাকচন টু আসাম (১৯৪৭)
Line 19 ⟶ 63:
(৯) হিষ্টৰী অব্ অছমীয়া লিটাৰেচাৰ (১৯৫৫) আদি |
 
ডিম্বেশ্বৰ নেওগ দেৱে কিছু পৰিমাণে কবিতাৰ জগততো অৰিহনা আগবঢ়াইছিল, তাৰে উল্লেখযোগ্য দুটিমান কবিতা হ’ল ’শাপমুক্তা’ , ’মোৰ গাঁও’, ’শেষ গায়ক’ ইত্যাদি |
 
== অনান্য কৰ্মৰাজি ==
 
সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয় | [[অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন]]ৰ সময়ত তেওঁৰ '''“মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন ?”''' বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহনা আগবঢ়াইছিল | ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত “শেষ গায়ক” কবিতাত লিখিছিল “দাসত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ব অন্ধ লুইতৰ দৰে | স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ |” ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতে ইহলীলা সম্বৰণ কৰে |<br />
 
== মৃত্যু ==
 
১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতে ইহলীলা সম্বৰণ কৰে |
 
[[Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[Category: জীৱনী]]
 
[[en: Dimbeswar Neog ]]