কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
52 নং শাৰী:
পাছৰ তিনিটা বছৰত উদ্যানৰ পৰিসৰ আৰু ১৫২ বৰ্গ কি.মি. বঢ়াই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বিস্তাৰ কৰা হয়।<ref name="kazi100">{{Cite web
| title = Kaziranga National Park–History and Conservation | publisher = Kaziranga National Park Authorities | url= http://www.kaziranga-national-park.com | accessdate = 2008-08-23 }}</ref>{{Failed verification|date=August 2010}} ১৯০৮ চনত কাজিৰঙাক '[[সংৰক্ষিত বনাঞ্চল]]' ঘোষণা কৰা হয়। ১৯১৬ চনত ইয়াক '[[অভয়াৰণ্য]]' ঘোষণা কৰা হয়। "কাজিৰঙা চিকাৰ অভয়াৰণ্য" ({{lang|en|Kajiranga Game Sanctuary}}) নামটো ১৯৩৮ চনলৈ বাহাল থাকে। এই সময়চোৱাত কাজিৰঙাৰ ভিতৰত চিকাৰ কৰাৰ ওপৰত বাধা-নিষেধ আছিল আৰু ভ্ৰমণকাৰীক দৰ্শনৰ অৰ্থে অৰণ্যৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল। {{Citation needed|date=August 2010}}
[[File:কাজিৰঙা অসম.jpg|thumb|left|upright|কাজিৰঙাতকাজিৰঙাৰ এসেঙ্গীয়াঘাঁহনিত গড়।এক এশিঙীয়া গঁড়। ]]
 
১৯৫০ চনত অৰণ্য সংৰক্ষক ({{lang|en|forest conservationist}}), পি.ডি. ষ্ট্ৰেচীৰ উদ্যোগত 'কাজিৰঙা অভয়াৰণ্য' নাম সলনি কৰি 'কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য' ({{lang|en|Kaziranga Wildlife Sancutuary}}) কৰা হয়। মূলত: আগৰ নামটোত সংপৃক্ত 'চিকাৰ' ({{lang|en|game}}) শব্দটোৱে ভুল তাৎপৰ্য বহন কৰে বুলি নামটো সলনি কৰা হৈছিল। {{Citation needed|date=August 2010}} ১৯৫৪ চনত অসম চৰকাৰে 'অসম (গঁড়) আইন' ({{lang|en|Assam (Rhinoceros) Bill}}) প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে চোৰাংকৈ গঁড় হত্যাৰ বিৰূদ্ধে শাস্তিৰ কঠোৰ কৰা হয়। {{Citation needed|date=August 2010}} ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে 'অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন' ({{lang|en|The Assam National Park Act of 1968}}) আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ ময্যদা দিয়া হয়। {{Citation needed|date=August 2010}} ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কি.মি. মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। ১৯৮৫ চনত কাজিৰঙাক [[ইউনেস্কো]]ৰ ({{lang|en|UNESCO}}) '[[বিশ্ব ঐতিহ্যক্ষেত্ৰ]]' ({{lang|en|World Heritage Site}}) হিচাপে অন্তৰ্ভুক্ত কৰা হয়।