অপেস্বৰী সবাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{merge|অপেশ্বৰী সবাহ}}
==অপেস্বৰী সবাহ==
[[অসমীয়া]] লোকসকলে পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম লোক-উৎসৱ হৈছে অপেচৰী,অপেচৰা বা অপেস্বৰী সবাহ। এই লোক-উৎসৱ সাধাৰণতে নাৰী বা মহিলাসকলৰ মাজত সীমিত। অপেস্বৰীসকৰ কু-দৃষ্টি বা তাৰফলত হোৱা ৰোগ-ব্যাধিৰ নিৰাময়ৰ বাবে এই উৎসৱ অনুষ্ঠিত কৰা হয়।