ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
[[Image:welcomebanner.gif|375px]]
 
'''ৱিকিপিডিয়া''' হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগীতামূলকসহযোগিতামূলক, বহুভাষিক [[বিশ্বকোষ]] । বিশ্বৰ বিভিন্ন ঠাইৰ [[ৱিকিপিডিয়ান|স্বেচ্ছাসেৱকে]] নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।
 
==আপুনি যদি এজন পঢ়ুৱৈ==
19 নং শাৰী:
;মন্তব্য কৰিবলৈ
যদি আপুনি কোনো প্ৰৱন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰৱন্ধটোৰ '''[[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]]''' পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।
 
==আপুনি যদি এজন অৱদানকাৰী/সদস্য==
{{Content policy list}}
ৱিকিপিডিয়া সকলোৰে বাবে মুকলি । সেইবাবে অৱদানকাৰীয়ে কিছুমান [[ৱিকিপিডিয়া:নীতি আৰু পথনিৰ্দেশিকাসমূহ|নীতি আৰু নিৰ্দেশাৱলী]] মানি চলাটো প্ৰয়োজনীয় ।
 
* বৰঙণি যোগোৱাৰ আগতে [[ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি|ৱিকিপিডিয়া কি নহয়]] আপুনি জনা উচিত ।
* প্ৰৱন্ধ লিখোঁতে [[ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভংগী|নিৰপেক্ষ দৃষ্টিভংগী]] বজাই ৰখাটো প্ৰয়োজনীয়, ইয়াত পক্ষাপাতদুষ্টতা বা [[ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা|ব্যক্তিগত অভিজ্ঞতা আৰু মতামত]]ৰ স্থান নাই ।
* ৱিকিপিডিয়ালৈ আগবঢ়োৱা সকলো অৱদান [[জি.এফ.ডি.এল]]ৰ অধীনত বিনামূলীয়াকৈ প্ৰকাশ হ'ব । অধিক তথ্যৰ বাবে [[ৱিকিপিডিয়া:স্বত্বাধিকাৰ|স্বত্বাধিকাৰ]] আৰু [[ৱিকিপিডিয়া:প্ৰৱন্ধৰ অধিকাৰিতা|প্ৰৱন্ধৰ অধিকাৰিতা]] চাওক ।
* ৱিকিপিডিয়া এটা সহযোগিতামূলক প্ৰকল্প, সেইবাবে [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|সকলো সম্পাদকে]] পাৰস্পৰিক শ্ৰদ্ধা, সাধাৰণ ভদ্ৰতা আৰু [[ৱিকিপিডিয়া:শিষ্টাচাৰ|শিষ্টাচাৰ]] গঢ়ি তোলাটো আৱশ্যক । কাৰোবাৰ লগত [[ৱিকিপিডিয়া:সম্পাদনা দ্বন্দ|মতানৈক্য]] হ'লে [[ৱিকিপিডিয়া:ভাল ভাৱ ৰাখক|আস্থা ৰাখক]] আৰু মুকলিকৈ [[সহায়:আলোচনা পৃষ্ঠা|আলোচনা]] কৰক । কোনো পৃষ্ঠা সম্পাদনা কৰিলে [[সহায়:সম্পাদনা সাৰাংশ|সম্পাদনা সাৰাংশ]] উল্লেখ কৰিবলৈ নাপাহৰিব যাতে আনে আপোনাৰ সম্পাদনা/সংযোজনৰ উদ্দেশ্য বুজি পায় ।
* কোনো প্ৰৱন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰৱন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]] ।