চেৰাউ নৃত্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
 
চেৰাও নৃত্যত সাধাৰণতে ছয়ৰ পৰা আঠজন লোকে মাটিত দীঘল কেঁচা বাঁহ স্থাপন কৰে আৰু তাৰ ওপৰত দূডাল বাঁহ দুজনে দুমুৰত ধৰে। পুৰুষ শিল্পীসকলে ছন্দোবদ্ধভাৱে বাঁহেৰে চাপৰ মাৰে, আনহাতে মহিলা নৃত্যশিল্পীৰ দলবোৰে বাঁহবোৰৰ মাজে মাজে ছন্দোবদ্ধ পদক্ষেপত নাচে। ই হৈছে মিজোৰামৰ আটাইতকৈ বিখ্যাত আৰু সুন্দৰ নৃত্য, আৰু এই নৃত্য উৎসৱৰ সময়ত এক আকৰ্ষণৰ কেন্দ্ৰ হয়। ফিলিপিন্সে দেশত একে ধৰণৰ নৃত্য পোৱা যায়
যি ''টিনিক্লিং'' নামেৰে বিখ্যাত। ২০১০ চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা হৈছিল, যেতিয়া এক বৃহৎ সংখ্যক চেৰাৱাচেৰাউ নৃত্যশিল্পীয়ে একে সময়তে একেলগে নৃত্য কৰিছিল।
 
==ইতিহাস==