চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
| name = চৈয়দ আব্দুল মালিক
| image = চৈয়দ আব্দুল মালিক.JPG
| caption =
| birth_date = ১৫ জানুৱাৰী, ১৯১৯
| birth_place = নাহৰণি, [[গোলাঘাট]]
| death_date = ১৯ ডিচেম্বৰ, ২০০০
| death_place =
| occupation = গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি
| nationality = ভাৰতীয়
14 নং শাৰী:
| signature =
}}
'''চৈয়দ আব্দুল মালিক''' ({{lang-en| Syed Abdul Malik}}, ১৯১৯-২০০০) [[অসমীয়া সাহিত্য]]ৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক [[গল্প]] সংকলন, ৫০ খনতকৈ অধিক [[উপন্যাস]], পাঁচখন [[কবিতা]] সংকলন, তিনিখন [[শিশু সাহিত্য]] আৰু ২০খন মঞ্চ [[অনাতাঁৰ নাট]] আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত [[অসম সাহিত্য সভা]]ৰ সভাপতি হয়হয়।<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref> তেওঁ "[[অঘৰী আত্মাৰ কাহিনী"]] উপন্যাসৰ বাবে ১৯৭২ চনত [[সাহিত্য একাডেমীঅকাডেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref> লাভ কৰাৰ উপৰিও ১৯৯২ চনত [[অসম উপত্যকা সাহিত্য বঁটা]], ১৯৯৯ চনত [[শংকৰদেৱ বঁটা]] আৰু [[পদ্মশ্ৰী]], [[পদ্মভূষণ]]<ref>{{cite web|url=http://india.gov.in/myindia/advsearch_awards.php |title=Search Awardees - Padma Awards - My India, My Pride - Know India: National Portal of India |publisher=India.gov.in |date= |accessdate=2012-12-25}}</ref> সন্মান লাভ কৰেকৰে।<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref>
 
==শিক্ষা==
চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয়<ref>{{cite web|author=Bipuljyoti Saikia |url=http://www.bipuljyoti.in/authors/malik.html |title=Bipuljyoti Saikia's Homepage : Authors & Poets - Syed Abdul Malik |publisher=Bipuljyoti.in |date= |accessdate=2012-12-25}}</ref>। [[গোলাঘাট জিলা]]ৰ [[নাহৰণি]]ত<ref>http://www.vedanti.com/Legends/syed_abdul_malik.htm</ref> জন্ম গ্ৰহণ কৰা [[অসমীয়া]] কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, [[যোৰহাট মহাবিদ্যালয়]]ৰ পৰা আই এ আৰু [[কটন মহাবিদ্যালয়]]ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ (?) পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।
 
==কৰ্মজীৱন==
১৯৪২ ত আবকাৰী বিভাগৰ ''চাব ইন্সপেক্টৰ'' হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত [[যোৰহাট মহাবিদ্যালয়]]ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত ''প্ৰ'গেম এচিষ্টেণ্ট'' হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ [[জে বি কলেজ]]ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমীঅকাডেমি কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত [[অসম সাহিত্য সভা]]ৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট দিশৰ সূত্ৰতে সীমাবদ্ধ নথকা মালিক ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতপ্ৰোতভাৱে জড়িত আছিল।
 
==মৃত্যু==
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
 
==মৃত্যু==
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
 
==অসমীয়া সাহিত্যলৈ অৱদান==
Line 36 ⟶ 35:
# ৰূপতীৰ্থৰ যাত্ৰী
# [[ধন্য নৰ তনু ভাল]]
# [[প্ৰেম অমৃতৰ নদী]] আদি।
# ড॰ অৰুনাভৰ অসম্পূৰ্ণ জীৱনী
# আধাৰশিলা
Line 56 ⟶ 55:
#কেৱল প্ৰেমেৰেই যদি
#সিপাৰে প্ৰাণ সমুদ্ৰ
#জয়া
#মণিকা
#সুমেৰু,কুমেৰু আৰু এটা বাঁহী
Line 133 ⟶ 132:
#মিঞা মৌজাদাৰ
#ভৃত্য কিংকৰ গোলাম দাস
#অজগৰ
#জেলেপী
 
Line 153 ⟶ 152:
#মোৰ জীৱনৰ আগে পিছে সোঁৱে-বাঁৱে
{{col-end}}
 
==বঁটা আৰু সন্মান==
{| class="wikitable" style="width:70%;"
Line 159 ⟶ 157:
! বৰ্ষ!! বঁটা!! তথ্য
|-
| ১৯৭২ || [[সাহিত্য একাডেমীঅকাডেমি বঁটা]] || ''[[অঘৰী আত্মাৰ কাহিনী]]'' উপন্যাসৰ বাবে
|-
| ১৯৮৪ || [[পদ্মশ্ৰী]] || অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে
Line 165 ⟶ 163:
| ১৯৯২ || [[পদ্মবিভূষণ]] || অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে
|-
| ১৯৯২ || [[অসম উপত্যকা সাহিত্য বঁটা]] ||
|-
| ১৯৯৯ || [[শংকৰদেৱ বঁটা]]<ref>http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm</ref> ||
Line 174 ⟶ 172:
 
==সহায়ক গ্ৰন্থপূঞ্জী==
* "পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লেখক: ড॰ ত্ৰিদিব গোস্বামী।
 
==বাহ্যিক সংযোগ==
* [http://www.radianceweekly.com/189/4852/accountability-of-intelligence-agencies/2010-01-31/northeast-newsletter/story-detail/renowned-litterateur-syed-abdul-malik-remembered.html Renowned Litterateur Syed Abdul Malik Remembered]
* [http://www.youtube.com/watch?v=_De2L_cFyd8 Syed Abdul Malik's Novel Surujmukhir Sopno], a youtube video
 
{{Navbox assam biography}}
{{পদ্ম বঁটা বিজয়ী অসমৰ ব্যক্তি}}
{{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল}}
{{অসম উপত্যকা সাহিত্য বঁটা}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমীয়া গল্পকাৰ]]
[[শ্ৰেণী:অসমীয়া নাট্যকাৰ]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:অসম সাহিত্য সভাৰ সভাপতি]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:অসম উপত্যকা সাহিত্য বঁটা বিজয়ী]]
[[শ্ৰেণী:শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী]]