বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{infobox writer
| name = ড॰বীৰেন্দ্ৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যভট্টাচাৰ্য
| image = birendra_kumar_bhattacharya.jpg
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = {{birth date|1924|10|14}}
| birth_date = ১৪ অক্টোবৰ, ১৯২৪ চন
| birth_place = চফ্ৰাই চাহবাগিচা, [[অসম]]
| death_date = {{death আগষ্ট,date ১৯৯৭and age|1997|8|6|1924|10|14}}
| death_place =
| resting_place =
| occupation = সহিত্যিক, শিক্ষাবিদ, সাংবাদিক
| language = [[অসমীয়া]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = [[ভাৰত]]
| education =
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks = [[মৃত্যুঞ্জয়]], [[ইয়াৰুইঙ্গমঈয়াৰুইঙ্গম]]
| spouse =
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards = [[সাহিত্য অকাডেমি বঁটা]] (১৯৬০১৯৬১)<br> [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
| signature =
| signature_alt =
| website =
}}
'''ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যভট্টাচাৰ্য''' (১৪ অক্টোবৰ, ১৯২৪-৬ আগষ্ট, ১৯৯৭) [[অসমীয়া ভাষা]]ৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত "'[[মৃত্যুঞ্জয়]]"' উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] লাভ কৰা প্ৰথম অসমীয়া লেখক আছিলআছিল।<ref>{{cite web|url=http://jnanpith.net/laureates/index.html|title=Jnanpith Laureates Official listings|publisher=[[Jnanpith]] Website}}</ref> তেওঁ ১৯৬১ চনত "'[[ইয়াৰুইংগমঈয়াৰুইঙ্গম]]"' গ্ৰন্থৰ বাবে [[সাহিত্য অকাডেমি বঁটা]]ও লাভ কৰিছিলকৰিছিল।<ref>George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19 </ref> ২০০৫ চনত ''Love in the Time of Insurgency'' নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়পায়।<ref>{{cite news|url=http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm|title=Life beyond violence, vendetta|date=July 15, 2005|work=[[The Hindu]]}}</ref> ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে [[অসম সাহিত্য সভা]]ৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল।
 
'''ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য''' (১৪ অক্টোবৰ,১৯২৪-৬ আগষ্ট,১৯৯৭) [[অসমীয়া ভাষা]]ৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত "[[মৃত্যুঞ্জয়]]" উপন্যাসৰ বাবে ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল<ref>{{cite web|url=http://jnanpith.net/laureates/index.html|title=Jnanpith Laureates Official listings|publisher=[[Jnanpith]] Website}}</ref>। তেওঁ ১৯৬১ চনত "[[ইয়াৰুইংগম]]" গ্ৰন্থৰ বাবে [[সাহিত্য অকাডেমি বঁটা]]ও লাভ কৰিছিল<ref>George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19 </ref>। ২০০৫ চনত ''Love in the Time of Insurgency'' নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়<ref>{{cite news|url=http://www.hinduonnet.com/2005/07/15/stories/2005071502370200.htm|title=Life beyond violence, vendetta|date=July 15, 2005|work=[[The Hindu]]}}</ref>। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে [[অসম সাহিত্য সভা]]ৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল।
 
==চমু জীৱনী==
===জন্ম===
১৯২৪ চনৰ ১৮ অক্টোবৰত চফ্ৰাই চাহবাগিচাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয়।
 
===শিক্ষা===
চফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম ই স্কুল, [[যোৰহাট]] হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ, [[কটন মহাবিদ্যালয়]]ৰ পৰা [[বিজ্ঞান]] শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ। ১৯৫১ চনত বি এ। তেওঁ প্ৰাইভেটকৈ [[গুৱাহাটী বিশ্ববিদ্যালয়ৰ]]ৰ পৰা [[অসমীয়া ভাষা|অসমীয়া]]ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯৫৩ চনত। ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ। গৱেষণাৰ বিষয় আছিল 'অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস'।
 
===কৰ্মজীৱন===
*সহকাৰী সম্পাদকসহকাৰী সম্পাদক– [[বাঁহী (আলোচনী)|বাঁহী]] (১৯৪৫), [[দৈনিক অসমীয়া]] (১৯৪৭-৪৯), Advance (১৯৪৬), [[জনতা]] (১৯৪৯-৫১)
* সম্পাদক- [[ৰামধেনু (আলোচনী)|ৰামধেনু]] (১৯৫২), [[সাদিনীয়া নৱযুগ]]
* শিক্ষকতা- ওখল হাইস্কুল (১৯৫১-৫২)
 
=== মৃত্যু===
১৯৯৭ চনৰ ৬ আগষ্টত ৭৩ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে।
 
==সাহিত্য কৰ্ম==
{{multicol}}
''';উপন্যাস'''
* ৰাজপথে ৰিঙিয়াই (১৯৫৬)
* আই (১৯৬০)
* [[ঈয়াৰুইঙ্গম]] (১৯৬১)
*প্ৰতিপদ প্ৰতিপদ
* শতঘ্নী (১৯৬৪)
* [[মৃত্যুঞ্জয়]] (১৯৭০)
* চিনাকি সুঁতি (১৯৭১)
* বল্লৰী (১৯৭৩)
* ডাইনী (১৯৭৬)
* ৰঙা মেঘ (১৯৭৬)
* মুনিচুনিৰ পোহৰৰ (১৯৭৯)
* কবৰ আৰু ফুল (১৯৭২)
* বুঢ়ী আইতাৰ পুৰাণ (১৯৯৩)
{{col-break}}
''';গল্পপুথি'''
[[File:Yaruingam.jpg|thumb|150px|ঈয়াৰুইঙ্গম]]
* কলং আজিও বয় (১৯৬২)
* সাতসৰী (১৯৬৩)
* খিৰিকী কাষৰ আসন (১৯৯৪)
 
''';কবিতাপুথি'''
'''গল্পপুথি'''
* সান্ধ্যস্বৰ (১৯৯০)
*কলং আজিও বয় (১৯৬২)
{{col-break}}
*সাতসৰী (১৯৬৩)
''';অন্যান্য গ্ৰন্থ'''
*খিৰিকী কাষৰ আসন (১৯৯৪)
* ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি
 
* সংবাদ সাহিত্য
 
* অসমীয়া সাহিত্যত হাস্যৰস
'''কবিতাপুথি'''
* চীনত কি দেখিলোঁ
*সান্ধ্যস্বৰ (১৯৯০)
* বাহিয়া যাত্ৰা
 
 
'''সম্পাদনা'''
 
সহঃসম্পাদক আছিল-
*বাঁহী
*এডভান্স
*নতুন অসমীয়া
 
সম্পাদক-
*ৰামধেনু
*নৱযুগ (সাদিনীয়া)
 
 
'''অন্যান্য গ্ৰন্থ'''
*ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি
*সংবাদ সাহিত্য
*অসমীয়া সাহিত্যত হাস্যৰস
*চীনত কি দেখিলোঁ
*বাহিয়া যাত্ৰা
{{col-end}}
 
==ড॰ ভট্টাচাৰ্যৰ সাহিত্যৰ সমালোচনা==
তেওঁৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতাপুথি সান্ধ্যস্বৰত সন্নিৱিষ্ট কবিতাসমূহত সমাজ সচেতনতাৰ চিত্ৰ সুন্দৰভাবে প্ৰতিফলিত হোৱা দেখা যায়। [[বিষ্ণুপ্ৰসাদ ৰাভা|বিষ্ণু ৰাভা]] এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ আদি কবিতাত প্ৰতিবাদী কণ্ঠস্বৰ সবলভাৱে চিত্ৰিত হৈছে। বলিষ্ঠ শব্দ আৰু স্পষ্ট উপস্থাপন শৈলী তেওঁৰ কবিতাসমূহৰ যোগাত্মক দিশ। তেওঁৰ গল্পক্ষেত্ৰত ক’ব পাৰি যে তেওঁৰ গল্পসমূহত মানবীয়তা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে। তেওঁৰ গল্পসমূহত মানব পূজাকে সৰ্বোচ্চ বুলি দেখুওৱা হৈছে। তেওঁৰ আটাইবোৰ গল্পতে গভীৰ মানৱতাবোধ বিভিন্নধৰণে প্ৰতিভাত হৈ উঠিছে। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসমূহ সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, নাৰীৰ প্ৰতি সহানুভূতি, সংকটপূৰ্ণ মুহূৰ্তত চৰিত্ৰৰ পৰিষ্ফুৰণ, জীৱনৰ স্থায়ী সনাতন প্ৰমূল্যৰ প্ৰতি আকৰ্ষণ অতুলনীয়ভাৱে ফুটি উঠিছে। সামাজিক পৰিৱৰ্তন আৰু গতিশীল জীৱনক প্ৰতিফলিত কৰিবলৈ তেওঁ বিপ্লৱৰ, সত্যাগ্ৰহ আদিৰ জৰিয়তে ভাঙোনমুখী সমাজৰ চিত্ৰ সুন্দৰভাবে চিত্ৰিত কৰিছে। তেওঁৰ ''মৃত্যুঞ্জয়'', ''আই'' আদি উপন্যাসত অসমীয়া সমাজ জীৱনক সুন্দৰভাবে উপস্থাপন কৰিছেকৰিছে।<ref>সঞ্চয়ন- ড॰ মহেশ্বৰ নেওগ (পৃষ্ঠা নং- ৪৫০)</ref><ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত -ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা- ৪০৪)</ref>
 
==স্বীকৃতি আৰু সন্মান==
* [[সাহিত্য একাডেমীঅকাডেমি বঁটা]] (১৯৬০)<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref>
* [[জ্ঞানপীঠ বঁটা]] (১৯৭৯)
* [[অসম সাহিত্য সভা]]ৰ [[বঙাইগাঁও]] অধিৱেশনৰ সভাপতি (১৯৮৩)<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref>
Line 115 ⟶ 98:
==বাহ্যিক সংযোগ==
* [http://www.worldcat.org/search?q=au%3ABhattacharyya%2C+Birendra+Kumar.&qt=hot_author worldcat.org] ৱেবছাইটত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কেইখনমান গ্ৰন্থ
 
 
{{জ্ঞানপীঠ বঁটা}}
{{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল}}
{{Navbox assam biography}}
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:জ্ঞানপীঠমৃত বঁটা বিজয়ীব্যক্তি]]
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমীয়া শিক্ষাবিদ]]
[[শ্ৰেণী:অসমৰ সাংবাদিক]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:অসম সাহিত্য সভাৰ সভাপতি]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:জ্ঞানপীঠ বঁটা বিজয়ী]]