উত্তৰকাশী জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Infobox settlement|name=উত্তৰকাশী জিলা|population_rank=|area_footnotes=1451 km<sup>2</sup>claimed by China|area_rank=|area_total_km2=8016|elevation_footnotes=|elevation_m=|population_total=330,086|population_as_of=|population_density_km2=41|governing_body=|population_demonym=|population_footnotes=|timezone1=[[Indian Standard Time|IST]]|utc_offset1=+5:30|postal_code_type=<!-- [[Postal Index Number|পিন কপিনক'ড]] -->|postal_code=|registration_plate=UK|website={{URL|uttarkashi.nic.in}}|unit_pref=Metric|government_type=|other_name=উত্তৰ কাশী, বাৰাহাট|subdivision_name={{flag|India}}|nickname=UKI|settlement_type=[[Districtsউত্তৰাখণ্ডৰ of Uttarakhandজিলাসমূহ|জিলা]]|image_skyline=|image_alt=|image_caption=|image_map=Uttarkashi_district.svg|map_caption=ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থান|subdivision_type=দেশ|subdivision_type1=[[Statesভাৰতৰ andৰাজ্য territoriesআৰু ofকেন্দ্ৰীয়শাসিত Indiaঅঞ্চলসমূহ|ৰাজ্য]]|seat=[[উত্তৰকাশী]]|subdivision_name1=[[উত্তৰাখণ্ড]]|subdivision_type2=সংমণ্ডল|subdivision_name2=[[গড়ৱল সংমণ্ডল|গড়ৱল]]|established_title=<!-- Established -->|established_date=1960|founder=|named_for=|seat_type=সদৰ|footnotes=}}'''উত্তৰকাশী জিলা''' উত্তৰ [[ভাৰত]]ৰ [[উত্তৰাখণ্ড]] ৰাজ্যৰ [[গড়ৱাল সংমণ্ডল|গড়ৱল সংমণ্ডল]]ৰ অন্তৰ্গত এখন জিলা। [[উত্তৰকাশী]] নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।
'''উত্তৰকাশী জিলা''' উত্তৰ [[ভাৰত]]ৰ [[উত্তৰাখণ্ড]] ৰাজ্যৰ [[গড়ৱাল সংমণ্ডল|গড়ৱল সংমণ্ডল]]ৰ অন্তৰ্গত এখন জিলা। [[উত্তৰকাশী]] নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।
 
উত্তৰকাশী জিলা [[হিমালয়|হিমালয়]] পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত [[গংগোত্ৰী]]ৰ পৰা [[গঙ্গা নদী|গংগা নদী]] আৰু [[যমুনোত্ৰী]]ৰ পৰা [[যমুনা নদী]]ৰ উৎপত্তি ঘটে। এই জিলাত কেইবাটাও মঠ-মন্দিৰ আছে যিয়ে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আকৰ্ষিত কৰে। এই জিলাৰ উত্তৰে [[হিমাচল প্ৰদেশ]], উত্তৰ-পূবত [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], পূবে [[চামোলী জিলা]], দক্ষিণ-পূবত [[ৰুদ্ৰপ্ৰয়াগ জিলা|ৰুদ্ৰপ্ৰয়াগ জিলা]], দক্ষিণে [[তেহৰী গড়ৱাল জিলা|তেহৰী গড়ৱল জিলা]] আৰু পশ্চিমে [[দেৰাডুন জিলা]] অৱস্থিত।
{{Infobox settlement|name=উত্তৰকাশী জিলা|population_rank=|area_footnotes=1451 km<sup>2</sup>claimed by China|area_rank=|area_total_km2=8016|elevation_footnotes=|elevation_m=|population_total=330,086|population_as_of=|population_density_km2=41|governing_body=|population_demonym=|population_footnotes=|timezone1=[[Indian Standard Time|IST]]|utc_offset1=+5:30|postal_code_type=<!-- [[Postal Index Number|পিন ক'ড]] -->|postal_code=|registration_plate=UK|website={{URL|uttarkashi.nic.in}}|unit_pref=Metric|government_type=|other_name=উত্তৰ কাশী, বাৰাহাট|subdivision_name={{flag|India}}|nickname=UKI|settlement_type=[[Districts of Uttarakhand|জিলা]]|image_skyline=|image_alt=|image_caption=|image_map=Uttarkashi_district.svg|map_caption=ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থান|subdivision_type=দেশ|subdivision_type1=[[States and territories of India|ৰাজ্য]]|seat=[[উত্তৰকাশী]]|subdivision_name1=[[উত্তৰাখণ্ড]]|subdivision_type2=সংমণ্ডল|subdivision_name2=[[গড়ৱল সংমণ্ডল|গড়ৱল]]|established_title=<!-- Established -->|established_date=1960|founder=|named_for=|seat_type=সদৰ|footnotes=}}'''উত্তৰকাশী জিলা''' উত্তৰ [[ভাৰত]]ৰ [[উত্তৰাখণ্ড]] ৰাজ্যৰ [[গড়ৱাল সংমণ্ডল|গড়ৱল সংমণ্ডল]]ৰ অন্তৰ্গত এখন জিলা। [[উত্তৰকাশী]] নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।
 
উত্তৰকাশী জিলা [[হিমালয়|হিমালয়]] পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত [[গংগোত্ৰী]]ৰ পৰা [[গঙ্গা নদী|গংগা নদী]] আৰু [[যমুনোত্ৰী]]ৰ পৰা [[যমুনা নদী]]ৰ উৎপত্তি ঘটে। এই জিলাত কেইবাটাও মঠ-মন্দিৰ আছে যিয়ে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আকৰ্ষিত কৰে। এই জিলাৰ উত্তৰে [[হিমাচল প্ৰদেশ]], উত্তৰ-পূবত [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], পূবে [[চামোলী জিলা]], দক্ষিণ-পূবত [[ৰুদ্ৰপ্ৰয়াগ জিলা|ৰুদ্ৰপ্ৰয়াগ জিলা]], দক্ষিণে [[তেহৰী গড়ৱাল জিলা|তেহৰী গড়ৱল জিলা]] আৰু পশ্চিমে [[দেৰাডুন জিলা]] অৱস্থিত।
 
== বিধানসভা সমষ্টিসমূহ ==
* পৰোলা ([[অনুসূচীত জাতি|SC]])
 
#* যমুনোত্ৰী
# পৰোলা (SC)
#* গংগোত্ৰী
# যমুনোত্ৰী
# গংগোত্ৰী
 
== জনগাঁথনি ==
{{Bar box|title=উত্তৰকাশী জিলাৰ ধৰ্মসমূহ|titlebar=#Fcd116|left1=ধৰ্ম|right1=শতাংশ|float=right|bars={{bar percent|[[হিন্দু]]|orange|99.42}}
{{bar percent|[[ইছলাম|মুছলমান]]|green|0.08}}}}২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰকাশী জিলাৰ জনসংখ্যা ৩৩,০০৮৬জন।<ref name="districtcensus2">{{cite web|url=http://www.census2011.co.in/district.php|title=District Census 2011|accessdate=2011-09-30|year=2011|publisher=Census2011.co.in}}</ref> জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৪১জন (১১০ প্ৰতি বৰ্গ মাইল)।<ref name="districtcensus3">{{cite web|url=http://www.census2011.co.in/district.php|title=District Census 2011|accessdate=2011-09-30|year=2011|publisher=Census2011.co.in}}</ref> লিংগ অনুপাত হৈছে প্ৰতি ১০০০ জন১০০০জন পুৰুষৰ বিপৰীতে ৯৫৯ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭৫.৯৮%।<ref name="districtcensus4">{{cite web|url=http://www.census2011.co.in/district.php|title=District Census 2011|accessdate=2011-09-30|year=2011|publisher=Census2011.co.in}}</ref>
{{Historical populations|11=1901|24=122836|33=2011|32=295013|31=2001|30=239709|29=1991|28=190948|27=1981|26=147805|25=1971|23=1961|12=69209|22=106058|21=1951|20=102280|19=1941|18=89978|17=1931|16=81958|15=1921|14=77429|13=1911|34=330086}}
 
=== ভাষা ===
উত্তৰকাশী জিলাৰ অধিকাংশ লোকেই [[গড়ৱলী ভাষা|গড়ৱলী]] ভাষা কয় যদিও ইয়াত [[হিন্দী ভাষা|হিন্দী]] ভাষাৰ বৰকৈ প্ৰচলন আছে।<ref>{{cite report|title=C-16 Population By Mother Tongue – Uttarakhand|url=http://www.censusindia.gov.in/2011census/C-16/DDW-C16-STMT-MDDS-0500.XLSX|publisher=Office of the Registrar General & Census Commissioner, India|accessdate=6 October 2019}}</ref> তাৰোপৰিতদুপৰি ইয়াত [[বঙালী ভাষা|বঙালী]], [[ভোজপুৰী ভাষা|ভোজপুৰিভোজপুৰী]], [[মাৰাঠী ভাষা|মাৰাঠী]], [[পাহাৰী ভাষা|পাহাৰী]], [[নেপালী ভাষা|নেপালী]], [[পঞ্জাবী ভাষা|পাঞ্জাবীপঞ্জাবী]], [[উৰ্দু ভাষা|উৰ্দু]] আদি ভাষাৰো প্ৰচলন আছে।
 
== তথ্য সংগ্ৰহ ==
{{Reflist}}
 
== বাহ্যিক লিংক  সংযোগ==
 
* {{Official website|http://uttarkashi.nic.in/}}
* [https://web.archive.org/web/20070312060630/http://gov.ua.nic.in/uttaranchaltourism/uttarkashi.htm Uttarkashi at Uttaranchal Tourism website]
 
[[শ্ৰেণী:ভাৰতৰ জিলাসমূহ]]
[[শ্ৰেণী:উত্তৰাখণ্ডৰ জিলা]]
[[শ্ৰেণী:উত্তৰকাশী জিলা]]