নলিন দুৱৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox person
| name = নলিন দুৱৰা<br />Nalin Duwara
| image =
| image_size =
| caption =
| birth_date = ২২ জুন ১৯২৮
| birth_place = [[গোলাঘাট]], [[অসম]]
| death_date =
| death_place =
| occupation = চলচ্চিত্ৰ পৰিচালক, কেমেৰামেন
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| nationality = [[ভাৰত]] {{flagicon|IND}}
| ethnicity =
| citizenship =
| education =
| alma_mater =
30 নং শাৰী:
| website =
}}
'''নলিন দুৱৰা''' ({{lang-en|Nalin Duwara) }} নলিন দুৱৰা [[অসমীয়া কথাছবি]]ৰ এগৰাকী পৰিচালক আৰু [[:en:Cinematographer|কেমেৰামেন]] বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ১৯২৮ চনৰ ২২ জুনত তেতিয়াৰ বৃটিছব্ৰিটিছ শাসিত অসমৰ [[শিৱসাগৰ জিলা]]ত (বৰ্তমানৰ [[গোলাঘাট জিলা]]) হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা। দেউতাক সৰ্বানন্দ দুৱৰা অভয়জান আৰু শাওতলী বাগিছাৰ স্বত্বাধিকাৰ আছিল। গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শ্বিলঙৰ চেইণ্ট এন্থনিজ্ এণ্ড চেইণ্ট এডমণ্ডছ্ কলেজত উচ্চশিক্ষা গ্ৰহণ কৰে।<ref name="box">{{cite web | url=http://www.boxofficeassam.com/celebrity/nolin-duwora-nalin-duwara/ | title=Nolin Duwora | accessdate=25 April 2020}}</ref>
 
১৯৪৭ত দুৱৰাই [[মুম্বাই]]ৰ আব্দুল্লা ফজলভাই ইঞ্চটিটিউট অৱ চেইণ্ট জেভিয়াৰ্ছৰ পৰা মোচন পিকচাৰ্চ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত ভৰ্তি হয়। ডিপ্লোমা লোৱাৰ পিছত তেওঁ [[কলকাতা]]ৰ ইন্দ্ৰলোক ষ্টুডিঅ' আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কামত সোমায়। এইখিনি সময়তে তেওঁ প্ৰখ্যাত পৰিচালক [[হৃষিকেশ মুখাৰ্জী]], [[বিমল ৰয়]] আদি পৰিচালকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল।<ref name="box" />