ভাৰতীয় ডাক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
13 নং শাৰী:
==ইতিহাস==
===প্ৰাক স্বাধীনতা কাল (১৮৫৮-১৯৪৭)===
[[File:British-era letter box in Shimla, India.jpg|thumb|200px|ছিমলাত থকা এটা বৃটিছব্ৰিটিছ যুগৰ পোষ্ট বক্স|alt=Tall, round red mailbox with decorative crown on top]]
১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষক ৰাণীৰ হাতত সমৰ্পন কৰাৰ লগে লগে [[ভাৰত]]ত বৃটিছব্ৰিটিছ ৰাজৰ প্ৰতিষ্ঠা হয়।<ref>{{cite web|last=Kaul|first=Chandrika|title=From Empire to Independence: The British Raj in India 1858–1947.|url=http://www.bbc.co.uk/history/british/modern/independence1947_01.shtml|accessdate=3 March 2011}}</ref> ১৮৬১ চনলৈ ৮৮৯টা ডাকঘৰ গা কৰি উঠে য'ত ৪৩ নিযুত চিঠি আৰু ৪.৫ নিযুত বাতৰি কাকতৰ আদান প্ৰদান হৈছিল।
১৯১১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিশ্বৰ প্ৰথম উৰণীয়া ডাক (এয়াৰ মেইল)ৰ ঘটনা ঘটে য'ত হেনৰী পেকুৱেট নামৰ ফৰাচী পাইলত জনে এলাহাবাদৰ পৰা ১৫ কেজি ভাৰ (প্ৰায় ৬০০০ চিঠি) লৈ উৰা মাৰি গংগা নদীৰ সিপাৰে অৱস্থিত নেইনি নামৰ ঠাইত উপস্থিত হয়।
===স্বাধীনতা-উত্তৰ কাল===