যমুনেশ্বৰী খাটনিয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
41 নং শাৰী:
==সাহিত্য চৰ্চা==
১৯১৯ চনত তেখেতৰ প্ৰথম কবিতাপুথি ‘[[:as:s:অৰুণ|অৰুণ]]’ প্ৰকাশ পায়<ref name="bipuljyoti"/>। কলিকতাৰ ‘সাম্য প্ৰেছ’ত এই পুথিখন মুদ্ৰণ কৰা হৈছিল। পুথিখনে সেই সময়ত পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল<ref name="amiasomiya"/>। ‘[[বাঁহী (আলোচনী)|বাঁহী]]’, ‘অকণ’, ‘প্ৰভাত’ আদি আলোচনীত তেখেতৰ কবিতা প্ৰায়ে প্ৰকাশিত হৈছিল<ref name="bipuljyoti"/>। মাত্ৰ ২৫ বছৰ বয়সতে অকাল মৃত্যু ঘটা<ref name="indianetzone"/> এই সম্ভাৱনাপূৰ্ণ কবি গৰাকীয়ে ‘সাৱিত্ৰী’ আৰু ‘কিংলিয়েৰ’ নামৰ আৰু দুখন কবিতাপুথিৰ পাণ্ডুলিপি প্ৰস্তুত কৰি থৈ গৈছিল। ভগৱানৰ ওপৰত তেখেতৰ অগাধ বিশ্বাস আছিল। ‘শ্ৰীশংকৰদেৱ’, ‘ভিক্ষা’, ‘সুখ’, ‘নিয়া যেন তাক উটাই বুৰাই’ আদি তেওঁৰ উল্লেখযোগ্য কবিতা। ‘[[সীতা]]’, ‘[[দ্ৰৌপদী]]’, ‘[[মন্দোদৰী]]’, ‘[[জয়মতী]]’ আদি কবিতাত মহীয়সী নাৰীসকলৰ বন্দনাৰ সৰল আৰু শুৱলা ভাষাৰ প্ৰয়োগ মন কৰিবলগীয়া। শিক্ষাবিদ সাহিত্যিক [[শৰত চন্দ্ৰ গোস্বামী]], ‘[[আসাম বিলাসিনী]]’ৰ সেই সময়ৰ সম্পাদক [[কৃষ্ণকান্ত ভট্টাচাৰ্য্য]], [[
==তথ্য সংগ্ৰহ==
|