"ৰকি পৰ্বতমালা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 বাইট যোগ দিয়া হ’ল ,  8 মাহ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
 
==ভৌগোলিক বিৱৰণ==
ভৌগোলিকভাবে ৰকি পৰ্বতমালা দক্ষিণে বৃটিছব্ৰিটিছ কলম্বিয়াৰ লিয়াৰ্ড নদী (Liard river) ৰ পৰা নিউ মেক্সিক'ৰ ৰিঅ' গ্ৰেণ্ড (Rio Grande) পৰ্যন্ত বিস্তৃত হৈ আছে। এই দুই নদীৰ সিপাৰে অন্য কিছু পৰ্বত যেনে, য়ুকুন (Yukon)ৰ শ্বেলৱিন ৰেঞ্জ (Selwyn Range), আলাস্কাৰ ব্ৰুকছ ৰেঞ্জ (Brooks Range) আৰু মেক্সিক'ৰ শ্বিয়েৰা মাদ্ৰে (Sierra Madre) আদি অৱস্থিত যদিও এই পৰ্বতসমূহ ৰকি পৰ্বতমালাৰ অংশ নহয়। অৱশ্যে আমেৰিকা যুক্তৰাষ্টহৱত প্ৰচলিত সীমা অনুসৰি কুটেনাই নদী (Kootenai river) ৰ দক্ষিণে থকা পৰ্বতসমূহ ৰকি পৰ্বতমালাৰ অন্তৰ্ভুক্তবুলি ধৰা হয় কিন্তু উত্তৰে থকা পৰ্বতশ্ৰেণীক পৃথক বুলি গণ্য কৰা হয়<ref>{{cite book|last=Cannings|first=Richard|url=http://books.google.com/?id=ig4OMokvt-0C&pg=PA5&dq=%22Rocky+Mountain+Trench%22+and+%22Columbia+Mountains%22#v=onepage&q=%22Rocky%20Mountain%20Trench%22%20and%20%22Columbia%20Mountains%22&f=false|title=The Rockies: A Natural History|page=5|publisher=Greystone/David Suzuki Foundation|year=2007|isbn=9781553652854}}</ref>। ৰকি পৰ্বতমালাৰ পৰ্বতসমূহ প্ৰায় ৭০-৩০০ মাইল (১১০-৪৮০ কিলোমিটাৰ) পৰ্যন্ত বহল বুলি জনা যায়।
{{wide image|Mountains from westlands.jpg|840px|The eastern edge of the Rocky Mountains near [[Denver]]}}
 
3,780

টা সম্পাদনা