সৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
1 নং শাৰী:
{{Classical mechanics}}
[[File:Distancedisplacement-as.svg|thumb|কোনো এক পথত দূৰত্ব আৰু সৰণ দেখুৱা হৈছে]]
সৰণ হৈছে এক [[ভেক্টৰ]] যিয়ে কোনো বস্তুৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজৰ সৰ্বনিম্ন দূৰত্বক সূচায়<ref>{{cite web|url=http://www.physicsclassroom.com/Class/1DKin/U1L1c.cfm|title=Describing Motion with Words|author=Tom Henderson|work=The Physics Classroom|accessdate=2 January 2012}}</ref>। ইয়াৰ লগত দিশ জড়িত হৈ থাকে আৰু প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থানলৈ এডাল কাল্পনিক সৰলৰেখাৰ দূৰত্বক নিৰ্দেশ কৰে।
কোনো বস্তুৰ সৰণ হৈছে কোনো এক নিৰ্দিষ্ট দিশত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব : প্ৰাৰম্ভিক অৱস্থান ('''S''<sub>i</sub>''''')ৰ সাপেক্ষে অন্তিম অৱস্থান('''S''<sub>f</sub>''''') যদি হয়, তেন্তে গাণিতীকভাৱে সৰণ ভেক্টৰ হৈছে অন্তিম আৰু প্ৰাৰম্ভিক অৱস্থান ভেক্টৰৰ পাৰ্থক্য:
:<math>
\boldsymbol{s}=\boldsymbol{S_f-S_i}=\Delta\boldsymbol{S}
</math>
কোনো বস্তুৰ তাৎক্ষণিক [[বেগ]] হৈছে সময়ৰ ফলন সাপেক্ষে সৰণৰ সলনিৰ হাৰ। [[বেগ]]ক অৱস্থান ভেক্টৰৰ( position vector) সময় সাপেক্ষে হোৱা সলনিৰ হাৰ বুলিও সংজ্ঞাবদ্ধ কৰিব পাৰি। গড় বেগ হৈছে সৰণক মুঠ সময়সীমাৰে হৰণ কৰি পোৱা ৰাশি।
 
==অনমনীয় পদাৰ্থ(Rigid body)==
[[অনমনীয়]] বস্তুৰ সৰণৰ ক্ষেত্ৰত ই কেতিয়াবা বস্তুৰ ঘূৰ্ণনকো অন্তৰ্ভুক্ত কৰায়। এইক্ষেত্ৰত, বস্তুৰ সৰণ বুলি কওঁতে ৰৈখিক সৰণ আৰু ঘূৰ্ণনৰ ক্ষেত্ৰত কৌণিক সৰণ বোলা হয়।
 
==Derivatives==
[[বেগ]]
:<math>\boldsymbol{v}=\frac{\text{d}\boldsymbol{s}}{\text{d}t}</math>
[[ত্বৰণ]]
:<math>\boldsymbol{a}=\frac{\text{d}\boldsymbol{v}}{\text{d}t}=\frac{\text{d}^2\boldsymbol{s}}{\text{d}t^2}</math>
22 নং শাৰী:
{{Reflist}}
 
[[শ্ৰেণী:চলন (পদাৰ্থ বিজ্ঞান)গতি]]
[[শ্ৰেণী:দৈৰ্ঘ্য]]
[[শ্ৰেণী:ভেক্টৰ]]
"https://as.wikipedia.org/wiki/সৰণ"ৰ পৰা অনা হৈছে