সামাজিক মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Underconstruction}}
সামাজিক মনোবিজ্ঞান ({{Lang-en|Social Psychology}}) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্ল্পনিককাল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন। সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ আৰু ব্যৱহাৰ বৰ্ণনা কৰে। মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে ঘটে আৰু তাৰ প্ৰভাৱ কেনেদৰে আনৰ ওপৰত আৰু নিজৰ ব্যৱহাৰ আৰু স্বভাৱত প্ৰকাশ পায় সেই পৰিস্থিতিবোৰৰ অধ্যয়ন কৰে।
 
=ইতিহাস=