আউন্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
1 নং শাৰী:
{{Stub}}
'''আউন্স''' (ইংৰাজী: {{Lang-en|Ounce}}) হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ ব্ৰিটিছ সাম্ৰাজ্যত প্ৰচলিত এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে ‘১ আউন্স’ একক ‘1 Oz’ বুলি লিখা হয়। <ref>শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা নং: ৭৬</ref>
কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৩৫ গ্ৰাম
তৰল পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৪৩ ঘন চেণ্টিমিটাৰ
 
==তথ্যসূত্ৰ==
{{Reflist}}
 
[[শ্ৰেণী:ভৰৰ একক]]
"https://as.wikipedia.org/wiki/আউন্স"ৰ পৰা অনা হৈছে