ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.6.4) (ৰবট যোগ দিছে :kk:Менеджмент
No edit summary
1 নং শাৰী:
ব্যৱসায় আৰু মানবমানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত '''ব্যৱস্থাপনা'''(Management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনিতউপনীত হোৱা । ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পিৰকল্পনাপৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা (directing) আৰু সংগঠন(organization)(, কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে একগোট হোৱহোৱা এক বা তাতোধিক মানুহ বা বস্তু(entities)ৰবস্তুৰ সমষ্টি) নিয়ন্ত্ৰণ কৰা (controlling)। সম্পদ ব্যৱস্থাপনা হ'ল মানৱ সম্পদ, বিত্তীয় সম্পদ, কাৰিকৰিকাৰিকৰী(technological) সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু প্ৰেয়াগপ্ৰয়োগ
 
 
== আৰম্ভণীইতিহাস ==
Management ৰ অসমীয়া প্ৰতিশব্দ 'ব্যৱস্থাপনা' সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰি যদিও সম্পূৰ্ণ ভুল নহয় । পৰিচালনা বা পৰিচালন ইয়াৰ এটা নিকটতম শব্দ ।Manage শব্দেটা ইটালীয়ান ভাষাৰ শব্দ maneggiare (to handle — especially a horse)ৰ পৰা অহা । Maneggiare শব্দটো লেটিন ভাষাৰ manus ( যাৰ অৰ্থ 'হাত') ৰ পৰা অহা । ১৭ শ আৰু ১৮ শ শতাব্দীত ফ্ৰেঞ্চ শব্দ menagement (later ménagement)ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ'ল ।
Management ৰ অসমীয়া প্ৰিতশব্দ 'ব্যৱস্থাপনা' সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰি যিদও সম্পূৰ্ণ ভুল নহয় । পৰিচালনা বা পৰিচালন ইয়াৰ এটা নিকটতম শব্দ ।
হিন্দী ভাষাৰ 'প্ৰৱন্ধন' শব্দটো কোনো এখন অভিধানত নোপোৱাৰ বাবে এই শব্দটো ব্যৱহাৰৰ সমূচিন নহ'ব । অসম উচ্চতৰ মাধ্যিমক পৰিষদৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে
প্ৰণয়ন কৰা অসমীয়া বিষয়ৰ পাঠ্যপুথিত Distaster Management ৰ অসমীয়া ৰূপান্তৰ দুৰ্যোগ ব্যৱস্থাপনা দিয়াৰ বাবে 'ব্যৱস্থাপনা' শব্দটোকেই শুদ্ধ মানি লোৱা
হ'ল ।
 
Manage শব্দেটা ইটালীয়ান ভাষাৰ শব্দ maneggiare (to handle — especially a horse)ৰ পৰা অহা । Maneggiare
শব্দেটা লেটিন ভাষাৰ manus ( যাৰ অৰ্থ 'হাত') ৰ পৰা অহা । ১৭ শ আৰু ১৮ শ শতাব্দীত ফ্ৰাঞ্চিচ শব্দ menagement (later ménagement)
ৰ প্ৰভাৱত ইংৰাজী শব্দ Management ৰ সৃষ্টি হ'ল ।
 
== তাত্বিক ব্যাখ্যা ==
ম্যাৰি পাৰ্কাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণীতেআৰম্ভণিতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচাপে দিছিল । সাধাৰণ ভাষাত ব্যৱস্থাপনা হ'ল কোনো কাৰ্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰু পৰিকল্পনা যুগুত কৰা বা নিৰ্দিষ্ট লক্ষ্যত উপনিত হ'বলৈ কৰা কৰ্যক্ৰমনিকা । পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰনাধাৰণা প্ৰযোয্যপ্ৰযোজ্য । এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰাঞ্চৰফ্ৰান্সৰ হেনৰি ফ'য়েল্য়েল (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ্মুঠ ছটা কাৰ্যত ভাগ কৰিছিল -
# [[পৰিকল্পনা কৰা]] ([[planning]])
# [[সংগঠিত কৰা]] ([[organizing]])
# [[নেতৃত্ব লোৱা]] ([[leading]])
# [[সমন্ময় স্থাপন কৰা]] ([[co-ordinating]])
# [[নিয়ন্ত্ৰণ কৰা]] ([[controlling]])
# [[নিয়োগ]] (staffing)
 
[[শ্ৰেণী:শিক্ষা]]
ম্যাৰি পাৰ্কাৰ ফল্লেট্ (Mary Parker Follett)(১৮৬৮-১৯৩৩)এ বিংশ শতাব্দীৰ আৰম্ভণীতে ব্যৱস্থাপনাৰ ব্যাখ্যা 'মানুহৰ দ্বাৰা কাম সম্পাদন কৰোৱা কলা' হিচাপে দিছিল । সাধাৰণ ভাষাত ব্যৱস্থাপনা হ'ল কোনো কাৰ্যৰ গুণৱত্তা ৰক্ষ্যা কৰা আৰু পৰিকল্পনা যুগুত কৰা বা নিৰ্দিষ্ট লক্ষ্যত উপনিত হ'বলৈ কৰা কৰ্যক্ৰমনিকা । পৰিকল্পনা নথকা ক্ষেত্ৰতো এই ধাৰনা প্ৰযোয্য । এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ফ্ৰাঞ্চৰ হেনৰি ফ'য়েল্ (Henri Fayol) এ ব্যৱস্থাপনাক মুঠ্ ছটা কাৰ্যত ভাগ কৰিছিল -
# [[পৰিকল্পনা কৰা]] ([[planning]])
# [[সংগঠিত কৰা]] ([[organizing]])
# [[নেতৃত্ব লোৱা]] ([[leading]])
# [[সমন্ময় স্থাপন কৰা]] ([[co-ordinating]])
# [[নিয়ন্ত্ৰণ কৰা]] ([[controlling]])
# [[নিয়োজিত কৰা]] ([[staffing]])
 
[[ar:إدارة]]