মুছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা সৃষ্টি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
স-ছ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
5 নং শাৰী:
| honorific_prefix =
| name = মুছা
| honorific_suffix = আলাইহিসআলাইহিছ সালামছালাম - (عليه السلام)
| native_name = মুছা - موسى
| native_name_lang =
50 নং শাৰী:
[[চিত্ৰ:Musa with a cane in his hand.jpg|thumb|'' Musa with a cane in his hand'', 15th century Persian miniature, [[Czartoryski Museum]]]]
 
'''মুছা ''' ([[ইংৰাজী ভাষা|ইংৰাজী]]: Moses, [[হিব্ৰু ভাষা|হিব্ৰু]]: '''מֹשֶׁה''', <small>[[হিব্ৰু ভাষা#আধুনিক হিব্ৰু|আধুনিক]]</small> ''Mošə'' <small>[[তিবেৰিয়ান vocalization|তিবেৰিয়ান]]</small> ''Mōšeh''; [[আৰবী ভাষা|আৰবী]]: '''موسى''', ''Mūsa''; [[Ge'ez language|Ge'ez]]: ሙሴ ''Musse'') [[ইহুদি ধৰ্ম|ইহুদি]], [[খ্ৰীষ্টান ধৰ্ম|খ্ৰীষ্টান]], আৰু [[ইছলাম ধৰ্ম|ইছলাম ধৰ্মত]] স্বীকৃত [[ৰাছুল]] বা ঈশ্বৰৰ বাৰ্তাবাহক। তেখেত [[moses|মোজেছ]] নামেৰেও পৰিচিত আছিল। [[কোৰআন]]ত মুছা (আলাইহিছ ছালাম)ৰ নাম অন্য নবীসকলৰ তুলনাত বেছি উল্লেখ কৰা হৈছে। ধাৰণা কৰা হয় যে মুছা (আলাইহিছ ছালাম) ১২০ বছৰ জীয়াই আছিল। মুছা (আলাইহিছ ছালাম)ৰ সম্প্ৰদায়ৰ নাম আছিল বনী-ইছৰাঈল। কোৱা হয়, তেখেতৰ [[মুজিযা|অলৌকিকতা]]সমূহ বিগত অন্যান্য [[ৰাছুল|নবী-ৰাছুলসকলৰ]] তুলনাত সংখ্যাত বেছি, প্ৰকাশৰ বলিষ্ঠতাৰ দিশেও অধিক আছিল।
 
==শিশু মূছা==
"https://as.wikipedia.org/wiki/মুছা"ৰ পৰা অনা হৈছে