জয়প্ৰকাশ নাৰায়ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Monmouri gohain (আলোচনা)-ই কৰা 251484 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
1 নং শাৰী:
{{biography stub}}
{{Infobox person
|name = জয়প্ৰকাশ নাৰায়ণ
|image =
|image_size =
|caption = জয় প্ৰকাশ নাৰায়ণ
|birth_date = ১১ অক্টোৱৰ, ১৯০২
|birth_place = [[সীতাৰদিয়াৰা]], [[সাৰন সংমণ্ডল|সাৰন]], [[চাপৰা বিহাৰ]], [[বিহাৰ]]
|death_date = {{Death date and age|df=yes|1979|10|8|1902|10|11}}
|death_place =
|nationality = =[[ ভাৰত|ভাৰতীয়]]
| citizenship = {{flag|ভাৰত}}
|field =
|work_institution =
|alma_mater =
|doctoral_advisor =
|doctoral_students =
|occupation =
|prizes =
|religion =
|footnotes =
}}
'''জয়প্ৰকাশ নাৰায়ণ''' ({{lang-en |Jayaprakash Narayan}}); (১৯০২-১৯৭৯১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক [[ভাৰত]] চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান [[ভাৰত ৰত্ন]] বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ [[বাৰাণাসী]]ত থকা '''ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ''' নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল।<ref name="জয়প্ৰকাশ নাৰায়ণ">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৩৪,১৩৫,১৩৬,১৩৭}}</ref>
 
==জন্ম আৰু পৰিয়াল==
জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয় ১৯০২ চনত ১১ অক্টোবৰত [[বিহাৰ]]ৰ '''সীতাৰদিয়াৰা''' নামেৰে এখন সৰু গাঁৱত। তেওঁ এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতাকৰ নাম '''হৰ্য়ুদ''' আৰু মাকৰ নাম '''ফুলৰাণী'''।ফুলৰাণী। তেওঁ '''[[প্ৰভাৱতী'''ৰ দেৱী|প্ৰভাৱতীৰ]] লগত বিবাহ পাশত আবদ্ধ হয়।<ref name="জয়প্ৰকাশ নাৰায়ণ"/>
 
==শিক্ষা জীৱন==
জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ [[আমেৰিকা]]লৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা [[ইস্পাত কাৰখানা]]তকাৰখানাত, কেতিয়াবা [[ৰেষ্টুৰাঁ]] আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।<ref name="জয়প্ৰকাশ নাৰায়ণ"/>
 
==তথ্য সংগ্ৰহ==
==সংগ্ৰামী জীৱন==
{{ৰেফলিষ্ট}}
{{ভাৰত ৰত্ন}}
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]