পশ্চিমবংগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশৰে পৃষ্ঠা পশ্চিমবঙ্গৰ পৰা পশ্চিমবংগ SlowPhotonলৈ স্থানান্তৰ কৰা হ’ল: সৰলীকৰণ
No edit summary
2 নং শাৰী:
{{Infobox settlement
<!-- See Template:Infobox settlement for additional fields and descriptions -->
| name = পশ্চিমবঙ্গপশ্চিমবংগ
| native_name =
| settlement_type = [[ভাৰতৰ ৰাজ্য|ৰাজ্য]]
13 নং শাৰী:
| image_map = India West Bengal locator map.svg
| map_alt =
| map_caption = [[ভাৰত|ভাৰতত]] পশ্চিমবঙ্গৰপশ্চিমবংগৰ অৱস্থান
| image_map1 = West Bengal locator map.svg
| map_caption1 = পশ্চিমবঙ্গৰপশ্চিমবংগৰ মানচিত্ৰ
| latd =
| longd =
31 নং শাৰী:
| parts_type = [[ভাৰতৰ জিলা|জিলা]]
| parts_style = para
| p1 = [[পশ্চিমবঙ্গৰপশ্চিমবংগৰ জিলা|মুঠ ২০ খন]]
| seat_type = ৰাজধানী
| seat = [[কলকাতা]]
37 নং শাৰী:
| seat1 = কলকাতা
| government_footnotes =
| leader_title = [[পশ্চিমবঙ্গৰপশ্চিমবংগৰ ৰাজ্যপাল|ৰাজ্যপাল]]
| leader_name = [[এম কে নাৰায়ণন]]
| leader_title1 = [[পশ্চিমবঙ্গৰপশ্চিমবংগৰ মুখ্যমন্ত্ৰী|মুখ্যমন্ত্ৰী]]
| leader_name1 = [[মমতা বন্দ্যোপাধ্যায়]]
| leader_title2 = [[পশ্চিমবঙ্গপশ্চিমবংগ বিধানসভা|বিধানসভা]]
| leader_name2 = [[এককক্ষীয়]] (২৯৫টি{{ref|leg|*}} আসনবিশিষ্ট)
| leader_title3 = [[লোকসভা]]
74 নং শাৰী:
| footnotes = {{note|leg|*}} ২৯৪ জন নিৰ্বাচিত, ১ জন মনোনীত
}}
'''পশ্চিমবঙ্গপশ্চিমবংগ''' [[ভাৰত]]বৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।<ref name="Population: India at a glance">{{cite web|url=http://www.world-gazetteer.com/wg.php?x=&men=gadm&lng=en&des=wg&geo=-104&srt=npan&col=abcdefghinoq&msz=1500&va=x|title=India: Administrative Divisions (population and area)|publisher=Census of India|accessdate=2009-04-17|archiveurl=http://archive.is/FFLe|archivedate=2012-12-17}}</ref> পশ্চিমবঙ্গপশ্চিমবংগ [[জিডিপি|মুঠ ঘৰুৱা উৎপাদন]]ত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।<ref>[http://mospi.nic.in/6_gsdp_cur_9394ser.htm Gross Domestic Product by prices as of 28 February, 2008]</ref> এই ৰাজ্যৰ পূৰ্ব সীমান্তত [[বাংলাদেশ]]; উত্তৰ পূৱত [[অসম]]; উত্তৰে [[ভূটান]] আৰু [[ছিকিম]]; উত্তৰ পশ্চিম দিশত [[নেপাল]]; পশ্চিমে [[বিহাৰ]] আৰু [[ঝাৰখণ্ড]]; আৰু দক্ষিণ পশ্চিমে [[উৰিষ্যা]] অৱস্থিত। আধুনিক "পশ্চিমবঙ্গপশ্চিমবংগ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত [[পলাশীৰ যুদ্ধ]]ত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল [[কলকাতা]]ই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে [[বেঙ্গল প্ৰেসিডেন্সি]] বোলা হৈছিল<ref>{{cite web | url=http://www.indianetzone.com/34/bengal_presidency_british_india.htm | title=Bengal Presidency, British India | publisher=indianetzone.com | accessdate=December 09, 2011}}</ref>। ব্ৰিটিছ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে [[কলকাতা|কলিকতা]] (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত [[ৰাজা ৰামমোহন ৰায়]], [[দয়ানন্দ সৰস্বতী]], [[স্বামী বিবেকানন্দ]], [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[অৰবিন্দ]] আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বঙালী দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গপশ্চিমবংগ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক [[ছ'ভিয়েট সংঘ]]ৰ লেনিনপন্থী [[মাৰ্ক্সবাদ]]ৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।<ref name="Wsws.org">{{cite web | title= Why India’s Stalinists oppose the US nuclear deal | url= http://www.wsws.org/articles/2008/jul2008/indi-j15.shtml | publisher = WSWS | format = aspx | accessdate= March 27, 2010 }}</ref><ref name="dnaindia.com">{{cite web | title= Fresh gunfight between police, Naxals in West Bengal | url= http://www.dnaindia.com/india/report_fresh-gunfight-between-police-naxals-in-west-bengal_1364127 | publisher = DNA | format = aspx | accessdate= March 27, 2010 }}</ref><ref name="economist.com">{{cite web | title= A slaughter reveals the inadequacy of India’s counterinsurgency effort | url= http://www.economist.com/world/asia/displaystory.cfm?story_id=15869400 | publisher = The Economist | format = aspx | accessdate= Apr 8th 2010 }}</ref><ref name="SUHRIDSANKARCHATTOPADHYAY">{{cite web|url=http://www.hindu.com/fline/fl2323/stories/20061201002503300.htm|title=While the debate goes on whether trade unions must be allowed in the IT sector, the CITU forms one in West Bengal|publisher=FrontLine|accessdate=Dec. 01, 2006}}</ref><ref name="thestatesman.net">{{cite web|url=http://www.thestatesman.net/index.php?option=com_content&view=article&id=325041&catid=51|title=Waking up too late|publisher=The Statesman|accessdate=11 April 2010}}</ref>
<!--
বৰ্তমান পশ্চিমবঙ্গইপশ্চিমবংগই ইয়াৰ অৰ্থনৈতিক হৃতগৌৰৱ কিছু অংশ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হলেওঁ, আজিও এই ৰাজ্য ভাৰতৰ দৰিদ্ৰতম ৰাজ্যসমূহৰ অন্যতম। ইয়াৰ প্ৰধান কাৰণ হ’ল ৰা্জ্যখনৰ ৰাজনৈতিক অস্থিৰতা, প্ৰশাসনিক ব্যৰ্থতা আৰু ভ্ৰান্ত চৰকাৰী নীতি।<ref name="TimesofIndia.com">{{cite web | title= Political violence revisits Bengal | url= http://timesofindia.indiatimes.com/India/Political-violence-revisits-Bengal/articleshow/4637878.cms | publisher = Times of India | format = cms | accessdate= Jun 10, 2009 }}</ref><ref name="webcache">http://econ-www.mit.edu/files/2490 Strategy for Economic Reform in West Bengal.</ref><ref name="TheTelegraph01">http://www.telegraphindia.com/1100713/jsp/frontpage/story_12677609.jsp Minister’s statement that schemes were not ‘properly’ implemented coincides with debate in CPM.</ref><ref name="TheTelegraph02">http://timesofindia.indiatimes.com/India/8-Indian-states-have-more-poor-than-26-poorest-Af
-->
 
পশ্চিমবঙ্গপশ্চিমবংগ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে। {{citation needed}} <!-- THIS PART CONTRADICTS WITH SECOND LINE ABOVE এই ৰাজ্য ভাৰতৰ মুঠ আয়তনঅৰ মাত্ৰ ২.৭ শতাংশ হলেওঁ, ইয়াৰ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ ৭.৮ শতাংশ। উপৰন্তু পশ্চিমবঙ্গপশ্চিমবংগ ভাৰতৰ সৰ্বাধিক জনঘনত্ব বিশিষ্ট ৰাজ্য।<ref name=hdrchap1>{{cite web
|url= http://www.undp.org.in/hdrc/shdr/WB/
|title= Introduction and Human Development Indices for West Bengal
92 নং শাৰী:
|archivedate= 2006-11-08
|quote=
}}</ref> --> ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবঙ্গতপশ্চিমবংগত [[ভাৰতীয় কমিউনিষ্ট পাৰ্টি]] (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰণ্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত [[কমিউনিজম|কমিউনিষ্ট]] চৰকাৰ।<ref name="ibnlive.in">{{cite web|url=http://ibnlive.in.com/blogs/mamatabanerjee/2446/53353/cpim-architect-of-misrule-in-bengal.html|title=CPI(M) architect of misrule in Bengal|work=Government of India (2001)|publisher=IBNLive|accessdate=April 15, 2009}}</ref><ref name="thehindu.com">{{cite web|url=http://www.hindu.com/2006/04/16/stories/2006041609221200.htm|title=The question is not who will win but what lies behind the Left Front's impending electoral victory, its 15th in succession|work=Government of India (2001)|publisher=The Hindu|accessdate=April 15, 2009}}</ref><ref name="India-seminar.com">{{cite web | title= CPI dominana in West Bengal | url= http://www.india-seminar.com/2010/605/605_rudrangshu_mukherjee.htm | publisher = RUDRANGSHU MUKHERJEE | accessdate= Jun 10, 2009 }}</ref> বৰ্তমানে বামফ্ৰণ্টকে পৰাজিত কৰি দক্ষিণপন্থী দল [[তৃণমূল কংগ্ৰেছ]] ক্ষমতালৈ আহিছে।
 
পশ্চিমবঙ্গতপশ্চিমবংগত দুটি [[ইউনেস্কো]]ৰ [[বিশ্ব ঐতিহ্যবাহী স্থান]] আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল ([[ভাৰতীয় পাৰ্বত্য ৰেলপথ]]ৰ অংশ হিচাপে) আৰু [[সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান]]।
 
== তথ্য সংগ্ৰহ ==
100 নং শাৰী:
 
== বহিঃসংযোগ ==
* [http://www.wbgov.com/ পশ্চিমবঙ্গপশ্চিমবংগ চৰকাৰৰ ৱেবচাইট]
* [http://mapsofindia.com/maps/westbengal/westbengallocation.htm ভাৰতৰ মানচিত্ৰত পশ্চিমবঙ্গৰপশ্চিমবংগৰ অৱস্থান]
* [http://mapsofindia.com/maps/westbengal/westbengal-district.htm পশ্চিমবঙ্গৰপশ্চিমবংগৰ জিলাসমূহৰ মানচিত্ৰ]
* [http://mapsofindia.com/maps/westbengal/h3s3205.htm পশ্চিমবঙ্গৰপশ্চিমবংগৰ ৰেল মানচিত্ৰ]
* [http://www.abasar.net/WBengal.htm/ পশ্চিমবঙ্গপশ্চিমবংগ সম্পৰ্কে আৰু তথ্য]
 
{{Geographic location
|Centre = পশ্চিমবঙ্গপশ্চিমবংগ
|North = [[ছিক্কিম]]
|Northeast = {{flag|ভূটান}}
121 নং শাৰী:
 
[[শ্ৰেণী:ভাৰতৰ ৰাজ্য]]
[[শ্ৰেণী:পশ্চিমবঙ্গপশ্চিমবংগ|*]]
"https://as.wikipedia.org/wiki/পশ্চিমবংগ"ৰ পৰা অনা হৈছে