২ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
*১৯১৫ চনৰ আজিৰ দিনটোত ট্ৰেইন টু পাকিস্তানৰ দৰে বিখ্যাত গ্ৰন্থ লিখক, ইতিহাসবিদ খুশৱন্ত সিঙৰ জন্ম।
(মৃত্যু ২০১৪ চনৰ ২০ মাৰ্চ)
*১৯৭৭ চনৰ আজিৰ দিনটোত কলম্বিয়াৰ বাৰ্বানকিলাত বিশ্বপ্ৰসিদ্ধ গায়িকা [[ছাকিৰা]]ৰছাকিৰাৰ জন্ম হয়। ছাকিৰা শব্দৰ অৰ্থ “কৃতজ্ঞ”। ২০১০ চনৰ ১০ জুনত দক্ষিণ আফ্ৰিকাত অনু্ষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত তেওঁতাই "ৱাক্কা ৱাক্কা" পৰিৱেশন কৰে আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ফেচবুকত ১০০ মিলিয়ন লাইক পোৱা তেৱেঁইতায়েই প্ৰথম ব্যক্তি। তাই প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে। ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পৰ্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত।
 
তেওঁ প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে। ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পৰ্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত।
===মৃত্যু===
*১৯০৭ চনৰ আজিৰ দিনটোত প্ৰাথমিক পিৰিয়ডিক টেবিলৰ ৰাছিয়ান আবিষ্কাৰক দিমিদ্ৰি আইভানোভিচ মেনদিলিভৰ মৃত্যু হয়। (জন্ম ১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী)