১ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=02}}
'''১ ফেব্ৰুৱাৰী''' {{En|1 February}} [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে বছৰৰ ৩২তম দিন। [[বছৰ]]টো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন ([[অধিবৰ্ষ]]ত ৩৩৪টা দিন) বাকী থাকে।
===ঘটনাৱলী===
*১৭৮৬ চনৰ আজিৰ দিনটোতে লৰ্ড কৰ্ণৱালিচ [[ভাৰত]]ৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে বেংগলৰ গৱৰ্ণৰ জেনেৰেল হয়।
*১৮২৭ - [[কলকাতা]] চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।
*১৮৩১ চনৰ আজিৰ দিনটোতে বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।
*১৮৩৫ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক [[চিকিম]]ৰ ৰজাৰ পৰা Leaseত লয়।
*১৮৫৫ চনৰ আজিৰ দিনটোতে [[কলকাতা]]ৰ পৰা [[আগ্ৰা]] পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।
*১৮৬২ চনৰ আজিৰ দিনটোতে বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।
*১৮৮৪ চনৰ আজিৰ দিনটোতে অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এণ্ট) প্ৰকাশিত হয়।