ভিতালী দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সাঁচ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
2 নং শাৰী:
| bgcolour = lightgray
| name = ভিতালী দাস
| image =
| caption =
| image_size =
| birth_date = {{Birth জুন, ১৯৭৯date|1979|6|6}}
| background = solo_singer
| birth_name = ভিতালী<!-- দাসonly use if different from name -->
| alias =
| birth_place = [[অসম]], [[ভাৰত]]
| death_date = {{Death date and age|2021|4|21|1979|6|6}}
| death_cause =
| genre = নেপথ্য গায়িকা, [[বিহুগীত|বিহু]]
| occupation = নেপথ্য গায়িকা,
| parents =
| spouse =
| instrument =
| nationality = {{flagicon|IND}} ভাৰতীয়
Line 17 ⟶ 21:
| label = বিভিন্ন
| years_active = ১৯৭৯ - ২০২১
| spousewebsite =
| website =
}}
'''ভিতালী দাস''' ({{lang-en|Vitali Das orবা Bhitali Das }}; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ [[জুবিন গাৰ্গ]] আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ ৰো৫০০০ৰো অধিক বিহু গান গাইছিল। জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী, আদি তেওঁৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম।
 
==মৃত্যু==
১৪ এপ্ৰিলত গুৱাহাটিৰ লতাশিল খেল পথাৰত বিহু অনুষ্ঠান কৰাৰ পিছত ভিতালি দাস ক'ভিড পজিটিভ বুলি ধৰা পৰে। ১৬ এপ্ৰিলত তেওঁক গুৱাহাটীৰ কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থা গুৰুতৰ হৈ উক্ত চিকিৎসালয়তে ২১ এপ্ৰিলৰ ৭.০৫ বজাত মৃত্যু হয়। মৃত্যুৰ পূৰ্বে ভিতালী দাস মধুমেহ ৰোগতো আক্ৰান্ত আছিল।