এফ্ৰোডাইটি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
9 নং শাৰী:
| abode = অলিম্পাচ পৰ্বত
| symbol = ডলফিন, গোলাপ, সামুদ্ৰিক শামুকবিশেষৰ খোলা, মিৰটল (চিৰহৰিৎ গুল্মবিশেষ), কপৌ, [[ঘৰচিৰিকা]], কমৰবন্ধনী, আইনা, মুক্তা আৰু ৰাজহাঁ‌হ
| consort = [[হেফাষ্টিয়াচহেফেইষ্টাচ]], [[এৰিচ]], [[প'জাইডন]], [[হাৰ্মিচ]], ডায়'নিচাছ, এড'নিচ আৰু এঙ্কিচাছ
| parents = [[ইলিয়াদ]]ৰ মতে: [[জ্যুচ]] আৰু [[ডায়'নে]]<ref>Homer, ''Iliad'' 5.370.</ref><br />থিঅ'গনিৰ মতে: [[ইউৰেনাচ (গ্ৰীক দেৱতা)|ইউৰেনাচ]]ৰ খণ্ডিত অণ্ডকোষ আৰু সাগৰৰ ফেন<ref>Hesiod, ''Theogony'', 188-190</ref>
| siblings = এইকাচ, এঞ্জেল'চ, [[এপ'ল']], [[এৰিচ]], [[আৰ্টিমিচ]], [[এথেনা]], [[হাৰ্মিচ]], [[পাৰ্চিফোনি]] আদি
26 নং শাৰী:
 
==আখ্যান==
কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফাষ্টিয়াচৰহেফেইষ্টাচৰ সৈতে।{{sfn|Cyrino|2010|page=72}}{{sfn|Stuttard|2016|page=86}}{{sfn|Kerényi|1951|page=71}} কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফাষ্টিয়াচৰহেফেইষ্টাচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। [[ওডিচী]]ৰ মতে তেওঁক এবাৰ [[এৰিচ]]ৰ সৈতে মিলনৰত অৱস্থাত হেফাষ্টিয়াচেহেফেইষ্টাচে ধৰা পেলাইছিল। {{sfn|Kerényi|1951|page=72}} দেৱ-দেৱীসকলৰ মনত প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। {{sfn|Cyrino|2010|page=89}} [[ইলিয়াদ]]ত [[এথেনা]] আৰু [[হীৰা (গ্ৰীক দেৱী)|হীৰা]]ৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ ([[পেৰিছৰ বিচাৰ]]) সৈতেও এফ্ৰোডাইটি জড়িত।{{sfn|Walcot|1977|page=31}}
 
এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা [[ইৰ'চ]]ক দেখা পোৱা যায়।{{sfn|Cyrino|2010|page=44}}