ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
60 নং শাৰী:
==ইতিহাস==
অসম বিধানসভাত প্ৰস্তাৱিত "ডিব্ৰুগড় বিশ্ববিদ্যালয় বিধেয়ক, ১৯৬৫" অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপিত হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল ড° বি, আৰ, শেঠ।
[[চিত্ৰ:adminjyotibatchora.jpg|250px|thumb|right|প্ৰশাসনিকজ্যোতি ভৱনবাটচ'ৰা]]
 
==স্বীকৃতি==
66 নং শাৰী:
 
==শৈক্ষিক দিশ==
[[চিত্ৰ:jyotibatchoraadmin.jpg|250px|thumb|right|জ্যোতিপ্ৰশাসনিক বাটচ'ৰাভৱন]]
ডিব্ৰুগড় বিশ্বাবিদ্যালয়ত ২০০১-২০০২ শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহত ষান্মাসিক পদ্ধতি প্ৰয়োগ কৰা হৈছে আৰু ২০০৯-২০১০ শিক্ষাবৰ্ষৰ পৰা ইয়াক Choice Based Credit Systemলৈ উন্নীত কৰা হৈছে। ২০১১-২০১২ শিক্ষাবৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমত ষান্মাসিক পদ্ধতিৰ সূচনা কৰা হৈছে।